DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছত অসন্তুষ্টি বৃদ্ধি; জেষ্ঠ কংগ্ৰেছী নেতা সঞ্জয় ঝাক দলৰ পৰা বহিস্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2020 8:21 am
সঞ্জয় ঝা

সঞ্জয় ঝা

280
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ জেষ্ঠ নেতা সঞ্জয় ঝাক দল বিৰোধী কাৰ্য্যকলাপ আৰু দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰা হয়।

”দল বিৰোধী কাৰ্য্যকলাপ আৰু দলীয় অনশাসন ভংগৰ অপৰাধত সঞ্জয় ঝাক কংগ্ৰেছ দলৰ পৰা শীৰ্ঘে কাৰ্য্যকৰী হোৱাকৈ বহিস্কাৰ কৰা হয়,” কংগ্ৰেছ দলে এনেদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত মাহত সঞ্জয় ঝাক দলৰ মুখপাত্ৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল।

অলপতে, সঞ্জয় ঝাই ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী শচীন পাইলটক বিগত পাঁচ বছৰ ধৰি তেওঁ ৰাজস্থানত কৰি থকা কষ্টৰ বাবে প্ৰশংসা কৰিছিল।

১৪ জুলাইত ৰাজস্থানৰ অশোক গেহলট চৰকাৰেও শচীন পাইলটক ৰাজস্থানৰ উপ-মুখ্য মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিছিল লগতে পাইলটক ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰাও অপসাৰণ কৰিছিল।

শচীন পাইলটে আজি সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ সম্ভাৱনা আছে।

মঙলবাৰে টুইটাৰত পাইলটে কংগ্ৰেছ ত্যাগ কৰাৰ ইংগিত দিছে।

কংগ্ৰেছৰ আন এগৰাকী জেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰেও শচীন পাইলটে কংগ্ৰেছক বিদায় জনাবলৈ সাজু হোৱা ঘটনাত দুখ প্ৰকাশ কৰে।

Recent News

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd