• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

BIG BREAKING! মৰিয়নীত টিকট কৰ্তন হ’ব ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 1, 2021 8:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই মুহূৰ্তৰ ৰাজনৈতিক মহলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে নৰ্থ ইষ্ট নাওৰ হাতত।

মৰিয়নী সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ প্ৰাৰ্থীত্ব বা দলীয় টিকট কৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো ৰাইজৰ দলৰ অধিক গুৰুত্ব থাওৰা সমষ্টিতহে।

Apply Now

শুক্ৰবাৰৰ দিনৰ ভাগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক বিশ্বাসঘাটক আখ্যা দি অকলে নিৰ্বাচনত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল তথা মৰিয়নীত সঞ্জীৱ গগৈ আৰু থাওৰাত ধৈয্য কোঁৱৰক প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছিল।

কিন্তু তাৰ কিছু সময়ৰ পাছতে সলনি হ’ল ৰাজনৈতিক প্ৰেক্ষাপট। কিয়নো কংগ্ৰেছে ৰাইজৰ দলক এখন আসন আৰু অসম জাতীয় পৰিষদক এখন আসন এৰি বাকী ৪ খনত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব তথা প্ৰত্যেকটো সমষ্টিতে এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ কথা ঘোষণা  কৰে।

তাৰ পাছতেই মিত্ৰতাৰ স্বাৰ্থতে ৰাইজৰ দলে মৰিয়নী সমষ্টিটো এৰি দিয়াটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে।

এই  সন্দৰ্ভত ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনক আমাৰ সাংবাদিক কল্পজ্যোতি শইকীয়াই সোধাত তেওঁ থাওৰা সমষ্টিটো ৰাইজৰ দলক লাগিবই বুলি স্পষ্ট কৰি দিয়ে।

তেওঁ কয় ‘মিত্ৰতাৰ স্বাৰ্থত প্ৰয়োজন হ’লে মৰিয়নী সমষ্টিটো এৰি দিম। আমি ঘোষণা কৰা থাওৰা সমষ্টিক বাদ কৰি বেলেগত দিলে অসুবিধা হ’ব। কোনোপধ্যে আমি থাওৰা সমষ্টি এৰি নিদিওঁ।‘

কিন্তু কংগ্ৰেছ দলে থাওৰা সমষ্টিটো ৰাইজৰ দলক এৰি দিয়ে নে নাই সেয়া বৰ্তমানো নিশ্চিত হোৱা নাই।

সুত্ৰ থাওৰা সমষ্টিৰ কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থীৰ পেনেল ইতিমধ্যে কংগ্ৰেছৰ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছে কংগ্ৰেছে। তাৰ ভিতৰত মনোৰঞ্জন কোঁৱৰ আৰু অজয় গগৈ টিকটৰ প্ৰবল দাবীদাৰ বুলি সূত্ৰত প্ৰকাশ পাইছে।

ইফালে ৰাইজৰ দলৰ হৈ প্ৰচাৰ তুংগত উঠাইছে ধৈয্য কোঁৱৰে। যদিহে জনপ্ৰিয়তাৰ দিশৰ পৰা চালি জাৰি চাই প্ৰদেশ কংগ্ৰেছে সমষ্টিটো ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক এৰি দিয়ে তথা এটা সমষ্টিৰ অংকটোত কংগ্ৰেছে স্থিতি বাহাল ৰাখে তেন্তে মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ টিকট কৰ্তন হোৱাটো একেবাৰে নিশ্চিত।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd