• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
February 5, 2022 9:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অধিকাংশ প্ৰান্তৰ লগতে পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ , বহলপুৰ , শালকোচা, বিলাসীপাৰা আদি অঞ্চলত সৰস্বতী দেৱী পূজা অৰ্চনা ধৰ্মীয় নীতি নিয়মৰ মাজেৰে পালন কৰা হয়।

চাপৰ চহৰত অৱস্থিত উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত হীম্ শীতল বতাহ আৰু প্ৰতিকুল বতৰক নেউচি জাকজমকতা তথা উলহ- মালহৰ মাজেৰে এক সুন্দৰ পৰিবেশৰ মাজত শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলে মিলিজুলি উদযাপন কৰা শুক্ল পঞ্চমী তিথিৰ দেৱী সৰস্বতীৰ বন্দনা আৰু পূজা অৰ্চনা পালনৰ দৃশ্য দেখি উপস্থিত সকলোৱে আপ্লুত হয়।

Apply Now

এই অনুষ্ঠান উপলক্ষ্যে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক ফেশ্বন শ্বৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতাত অকল ছাত্ৰী সকলে অংশ গ্ৰহণ কৰি নিজৰ সুন্দৰ প্ৰতিভা প্ৰদৰ্শন কৰি উৎসাহিত আৰু গৌৰৱ অনুভৱ কৰা দেখা যায়।
বহু কেই গৰাকী ছাত্ৰী যে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰথম বন্তি ৰয়, সামীম ৰহমান দ্বিতীয় আৰু লুবানা ইছলাম তৃতীয় স্থান অধিকাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠান আছিল অতি আকৰ্ষণীয় আৰু সকলোৱে একেমুখে আয়োজক সকলক প্ৰশংসা কৰে।

এই উপলক্ষ্যে ছাত্ৰ ছাত্ৰী সকলৰ সুন্দৰ ভবিষ্যতৰ বাবে অধ্যক্ষ হজৰত আলী প্ৰমুখ্যে উপস্থিত শিক্ষক শিক্ষয়ত্ৰী সকলে আশীৰ্বাদ কামনা কৰে। কভিড নীতি নিয়মৰ প্ৰতি লক্ষ্য ৰাখি আৰু প্ৰতিকুল বিতৰক নেওচি বিশেষ কৈ ছাত্ৰী সকলে সুন্দৰ সাজ পাৰ তথা শাৰী মেখেলা পৰিধান কৰি ওলাই আহি বীণাপানীক আৰাধনা কৰে।

ইপিনে ছাত্ৰ সকলোৱে আনন্দৰ মাজেৰে অংশ গ্ৰহণ কৰা দেখা যায়। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হজৰত আলী, বিষয় শিক্ষক, বিষয় শিক্ষয়ত্ৰী, শিক্ষক শিক্ষয়ত্ৰী ক্ৰমে অনিত দাস, দিনেন্দ্ৰ গোস্বামী, অমলেন্দু দাস , ঘনশ্যাম পাঠক, দীপক মেধি ,ৰতন শৰ্মা ,উত্তম বৰ্মন , তাৰিণী কলিতা , অনুপমা জৈন , সবিতা দাস , জনাৰ্ধন ৰায়, শতাব্দী সৰকাৰ, মৰ্জিনা বেগম , আলেয়া খাতুন , দীপিকা শৰ্মা , মনকৃষ্ণ ৰায়, ইকবাল আহমেদ , আব্দুল মান্নান আদি অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয় খনৰ বিভিন্ন বৰ্গৰ কৰ্মচাৰী ক্ৰমে প্ৰকাশ শীল , আমজেদ আলী , মুজাহাৰ ইছলাম , অঞ্জু দাস , তৰণি ৰায় উপস্থিত থাকি বিভিন্ন কামত সহায় সহযোগ কৰে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd