• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অক্টোবৰৰ আগত ‘জাইকা’ই মহানগৰবাসীলৈ যোগান ধৰিব খোৱাপানী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2019 9:30 am
CM visit Water Supply Scheme (7)

ফটো : য়ু বি

2.1k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে জাইকাৰ দ্বাৰা ৰূপায়িত হৈ থকা বৃহত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ সামগ্ৰিক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি অক্টোবৰ মাহৰ আগত বিশেষকৈ পূজাৰ আগত পৰ্যায়ক্ৰমে মহানগৰীৰ বাসিন্দাসকললৈ পানী যোগান শুভাৰম্ভ কৰাৰ বাবে যাৱতীয় অসম্পূৰ্ণ কাম-কাজখিনি যুদ্ধকালীন ভাৱে সমাপন কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত হোৱা পৰ্যালোচনামূলক বৈঠকৰ পিছতে মুখ্য মন্ত্ৰীয়ে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে ৰামচা হিলত নিৰ্মীয়মান অৱস্থাত থকা ৱাটাৰ ৰিজাৰ্ভ পৰিদৰ্শন কৰাৰ লগতে খাৰঘুলিৰ ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণৰত অৱস্থাত থকা ৱাটাৰ ইনটেক পইণ্টৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়।

মুখ্য মন্ত্ৰীয়ে পৰিদৰ্শন কালত এই প্ৰকল্পৰ আটাইতকৈ সৰ্ববৃহৎ ৱাটাৰ ৰিজাৰ্ভাৰটোৰ চাৰিওফালে পৰিদৰ্শন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক ইয়াৰ বাকী থকা কামখিনি শীঘ্ৰে সমাপন কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, ১.৪ কোটি লিটাৰ পানীৰ বহন ক্ষমতা থকা আৰু ৮১ মিটাৰ দৈৰ্ঘ্য তথা ৬১ মিটাৰ প্ৰস্থৰ এই ৱাটাৰ ৰিজাৰ্ভাৰটো ৰামচা হিলৰ শীৰ্ষত নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ পিছতে মুখ্য মন্ত্ৰীয়ে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ সৈতে এই ৰিজাৰ্ভাৰলৈ পাম্পৰে ব্ৰহ্মপুত্ৰৰ পৰা পানী উঠাবলগীয়া ইনটেক পইণ্টৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।

পৰিদৰ্শন কালত মুখ্য মন্ত্ৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক এইদৰে কয় য়ে বহু কোটি টকা ব্যয়ৰে গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া খোৱাপানীৰ সমস্যাটো স্থায়ী ভাৱে সমাধানৰ দিশত এই প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ ভূমিকা হ’ব। সেয়েহে ইনটেক পইণ্টত প্ৰয়োজনীয় পানীৰ পৰিমাণ যাতে খৰালি কালটো অটুট থাকে তাৰ বাবে নদীৰ এই অংশ ড্ৰেজাৰেৰে খনন চলোৱা দিশটো চালি জাৰি চাবলৈও কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। প্ৰয়োজন সাপেক্ষে আই আই টিৰ বিশেষজ্ঞক এই স্থানলৈ মতাই আনি প্ৰয়োজনীয় দিহা-পৰামৰ্শ গ্ৰহণ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd