DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীলৈ উৰা মাৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, মোদী মন্ত্ৰীসভাত অন্তৰ্ভূক্তিৰ পূৰ্ণ সম্ভাৱনা

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2021 9:20 pm
sar
510
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী মোদীৰ তলব লাভ কৰাৰ পিছতে আজি সন্ধিয়া দিল্লীলৈ উৰা মাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিশেষ সূত্ৰে জানিব পৰা মতে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰে সোণোৱালে আলোচনাত বহিব।

মোদী মন্ত্ৰীসভাৰ সাম্ভাৱ্য সম্প্ৰসাৰণৰ সময়তে সোণোৱালক গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব অৰ্পন কৰাৰ সম্ভাৱনা থকা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

উল্লেখ্য সোণোৱালে পূৰ্বেও ২০১৪ চনৰ পৰা ২০১৬ চনলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাত ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত মোদীয়ে এবাৰৰ বাবেও মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা নাই।

এইবাৰ সংসদৰ বৰ্ষাকালীন অধিবেশনৰ পূৰ্বেই মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাৰ সম্ভাৱনা আছে।

মোদীৰ মন্ত্ৰীসভাত জ্যোতিৰাদিত্য সিন্ধিয়া,ত্ৰিবেন্দ্ৰ সিং ৰাৱাট, সুশীল কুমাৰ মোদী আদিয়েও মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে।

Recent News

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

Himanta Biswa Sarma on Child Marriage

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি: কাইলৈৰ পৰা গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত লোক

বাজেটত নিবনুৱা, দৰিদ্ৰতাৰ বিষয়ে দিয়া নাই গুৰুত্ব; নতুন কৰ ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন তুলিলে পি চিদাম্বৰমে

বাজেটত নিবনুৱা, দৰিদ্ৰতাৰ বিষয়ে দিয়া নাই গুৰুত্ব; নতুন কৰ ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন তুলিলে পি চিদাম্বৰমে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd