• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্থাপন কৰা চতিয়া থানাক ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে মুকলি মুখ্য মন্ত্ৰীৰ

নাহিদ আফ্ৰিনক সম্বৰ্ধনা জ্ঞাপন সোণোৱালৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , July 28, 2020 2:23 pm

1 min read

ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্থাপন কৰা চতিয়া থানাক ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে মুকলি মুখ্য মন্ত্ৰীৰ
25.5k
VIEWS
Share on FacebookShare on Twitter

বৃটিছৰ আমোলতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৯১৩ চনত  স্থাপন কৰা ইতিহাস প্ৰসিদ্ধ চতিয়া থানাখন সুদীৰ্ঘ দশক ধৰি উপেক্ষিত হৈ থাকিবলগীয়া হৈছে ৷

অৱশেষত সোমবাৰে ইতিহাস প্ৰসিদ্ধ চতিয়া থানাক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে সংৰক্ষণৰ বাবে প্ৰত্নতত্ত্ব বিভাগক দ্বায়িত্ব অৰ্পণ কৰি ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে আনুষ্ঠানিকভাৱে মুকলি কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে দিনজোৰা বিশ্বনাথ চাৰিআলি ভ্ৰমণৰ সময়ত বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনত‌ এখন গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰে ।

এই বৈঠকতে সোণোৱালে কণ্ঠশিল্পী নাহিদ আফ্ৰীন আৰু মিছবাহুল কৰিমক সম্বৰ্ধনা জ্ঞাপন কৰে।

 সদ্যঘোষিত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৬.৪ শতাংশ নম্বৰ লাভ কৰি উজলি উঠিবলৈ সক্ষম হোৱা নাহিদক সম্বৰ্থনা জ্ঞাপন কৰি তেওঁৰ উজ্বল ভবিষ্যত কামনা কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

আনহাতে, বিশ্বনাথ চাৰিআলি লিটিলষ্টাৰ স্কুলৰ ছাত্ৰ মিছবাহুল কৰিমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৫৮৪ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দশমস্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছিল সমগ্ৰ জিলাখনত ৷

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd