• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰ চীনৰ জীয়া ফাঁকি! : লাডাখৰ পাংগঙত এতিয়াও মোতায়েন হৈ আছে চীনা সৈন্য!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 1, 2020 7:15 pm

1 min read

swarajya_2017-09_f5cfce3d-5afb-4f78-88cb-30905ae1e445_31fb8f67-3906-48de-942b-edb3b7eeeb5a
681
VIEWS
Share on FacebookShare on Twitter

পুনৰ এবাৰ চীনৰ জীয়া ফাঁকি ধৰা পৰিছে উপগ্ৰহীয় চিত্ৰত।

উপগ্ৰহীয় চিত্ৰত দেখা গৈছে চীনে লাডাখৰ পাংগং হ্ৰদৰ ৮ ফিঙ্গাৰ পইণ্টত পৰ্যন্ত এতিয়াও সেনা মোতায়েন কৰি ৰাখিছে।

আমেৰিকাৰ মাক্সাৰ টেকন’লজিৰ উপগ্ৰহীয় চিত্ৰত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মি(PLA)এ পাংগং হ্ৰদৰ সমীপৰ ৮ ফিঙ্গাৰ পইণ্টত অৱস্থান কৰি থকাৰ দৃশ্য ধৰা পৰিছে বুলি দাবী কৰিছে অৱসৰপ্ৰাপ্ত কৰ্ণেল বিনায়ক ভাটে।

ইফালে ভাৰতৰ নিজস্ব গুপ্তচৰ উপগ্ৰহ এমিচাটেও সেই একেই দৃশ্য প্ৰেৰণ কৰিছে।

ইয়াৰ লগতে পাংগঙৰ ৫ আৰু ৬ নম্বৰ ফিঙ্গাৰ পইণ্টতো চীনে সেনাৰ মোতায়েন বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

২৯ জুলাইত প্ৰেৰণ কৰাৰ দৃশ্যত ৬ নম্বৰ পৰা ৫ নং ফিঙ্গাৰলৈ ১৩ টা নৌ বাহৰো পাতিছে।

ইফালে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱান ৱেনবিনে লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা চীনে সেনা প্ৰত্যাহাৰ কৰা বুলি দাবী কৰি কৰিছে।

চীনৰ দাবী যে পাংগং, দোপচাং আদিৰ য’ত য’ত চীনা সৈন্য মোতায়েন কৰিছে সেয়াই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা।

অৰ্থাৎ চীনে অংকন কৰা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাই ভাৰতৰ ভূখণ্ডৰ যথেষ্ট ভিতৰলৈ সোমাই আহিছে।

সেয়ে চীনে পাংগং হ্ৰদৰ ৮ৰ পৰা ৫ নং ফিঙ্গাৰ পইণ্টলৈকে নিজৰ সেনা মোতায়েন কৰি ৰাখিছে বুলি দাবী কৰিছে।

ভাৰতে ইয়াৰ বিৰোধ কৰি আহিলেও চীনে সেয়া মানিবলৈ ৰাজি নহয়।

Recent News

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

coalmining-750x375

মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

WhatsApp-v-Facebook-Messenger-950402

হোৱাটছএপতকৈয়ো অধিক বিপদজনক মেছেঞ্জাৰ! কি কয় বিশেষজ্ঞই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd