• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

সুৰা বিক্ৰীৰ নিষেধাজ্ঞা শিথিল কৰা হোৱা নাই ছৌদিত! বাহাল আছে পূৰ্বৰ নিষেধাজ্ঞা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2025 8:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছিল যে ২০২৬ চনৰ ভিতৰত ছৌদি আৰৱে পৰ্যটকক অকৰ্ষিত কৰিবৰ বাবে সুৰা বিক্ৰীৰ নিষেধাজ্ঞা শিথিল কৰিছে। এই বাতৰিৰ প্ৰতিক্ৰীয়া প্ৰাকাশ কৰি ছৌদি আৰৱ প্ৰশাসনে স্পষ্ট কৰি দিছে যে ছৌদি আৰৱত সুৰা বিক্ৰীৰ নিষেধাজ্ঞা শিথিল কৰা হোৱা নাই।

উল্লেখ্য যে সাত দশকৰো অধিক সময় ধৰি ছৌদি আৰৱত সুৰা বিক্ৰী আইনগতভাৱে নিষিদ্ধ হৈ আহিছে। শেহতীয়াকৈ ছৌদি আৰবে সুৰা বিক্ৰীৰ ক্ষেত্ৰত থকা কঠোৰ নিষেধাজ্ঞা শিথিল কৰাৰ দিশত আগবাঢ়িছে বুলি উৰাবাতৰি বিয়পি পৰিছে। এই তথ্য ৰাজহুৱা হোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি হয়। এনে পৰিপ্ৰেক্ষিতত ছৌদি প্ৰশাসনৰ এজন বিষয়াই ৰয়টাৰ সংবাদ সংস্থাক জনাইছে যে ছৌদি আৰৱৰ মদ্যপানৰ নিষেধাজ্ঞা উঠাই লোৱাৰ কোনো পৰিকল্পনা নাই।

Apply Now

ছৌদি আৰৱৰ অৰ্থনৈতিক প্ৰতিদ্বন্দ্বী দুখন  সংযুক্ত আৰব এমিৰেট আৰু বাহৰেইনে পৰ্যটকৰ জনপ্ৰিয় অঞ্চলত মদৰ বিক্ৰী বৈধ কৰি তুলিছে। যাৰ বাবে সেই দেশ দুখনৰ কোষাগাৰো ভৰি পৰিছে। চুবুৰীয়া দেশসমূহে মদ্যপানৰ বিক্ৰীৰ নিয়ম শিথিল কৰাৰ বিপৰীতে ছৌদি আৰৱে ইয়াৰ অনুসৰণ কৰা নাই।

প্ৰসংগ ক্ৰমে ২০৩৪ চনৰ ফুটবল বিশ্বকাপৰ আয়োজক ছৌদি আৰৱ। সেই সময়ত চৌদি আৰৱত সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীয়ে ভীৰ কৰিব। ফুটবল বিশ্বকাপ আয়োজন কৰাটো যিকোনো দেশৰ বাবে অৰ্থনৈতিকভাৱে অতি লাভজনক। এই পৰিৱেশত ফুটবল বিশ্বকাপৰ আয়োজনৰ কথা মনত ৰাখি ছৌদি প্ৰশাসনে সুৰা বিক্ৰীৰ নিষেধাজ্ঞা আংশিকভাৱে শিথিল কৰা বুলি উৰাবাতৰি প্ৰচাৰ হৈছে বুলি অনুমান কৰা হৈছে।

বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছে যে বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ স্বাৰ্থত ছৌদি প্ৰশাসনে মদ বিক্ৰীৰ কঠোৰ নিয়ম শিথিল কৰিবলৈ ওলাইছে। ইয়াৰ উপৰিও চৌদি প্ৰশাসনে ২০২৬ চনৰ ভিতৰত পৰ্যটকৰ মাজত জনপ্ৰিয় ৬০০ স্থানত এই নিষেধাজ্ঞা ক্ৰমান্বয়ে উঠাই লোৱাৰ সিদ্ধান্ত লোৱা বুলিও চৰ্চা চলিছে।কিন্তু পূৰ্বৰ দৰেই অন্যান্য ক্ষেত্ৰতো এই নিষেধাজ্ঞা অব্যাহত থাকিব বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। অৱশ্যে সেই দাবী খাৰিজ কৰিছে ছৌদি প্ৰশাসনে। ছৌদি বিষয়াগৰাকীয়ে ৰয়টাৰক জনোৱা মতে, সুৰা বিক্ৰীৰ নিষেধাজ্ঞা উঠাই লোৱাৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd