• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2025 4:58 pm
ফটো সংগৃ্হীত

ফটো সংগৃ্হীত

36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ স্বাধীনতা দিৱসৰ পোষ্টাৰকলৈ বিৰোধীৰ প্ৰশ্ন, ‘পোষ্টাৰত কিয় শীৰ্ষত আছে সাৱৰকাৰ? মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ভগত সিঙৰ মূৰত বিনায়ক দামোদৰ সাৱৰকাৰ! পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে স্বাধীনতা দিৱসৰ দিনা পোষ্টাৰ শ্বেয়াৰ কৰা এই পোষ্টাৰক লৈ বিৰোধীয়ে মোদী চৰকাৰক লক্ষ্য কৰি লৈছে।

এসময়ত মহাত্মাগান্ধীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক মহিমামণ্ডিত কৰাৰ চেষ্টা চলোৱা হৈছে বুলি দাবী কৰিছে বিজেপিয়ে! প্ৰশ্ন উত্থাপন হৈছে যে নিজকে ‘ব্ৰিটিছ চৰকাৰৰ নিষ্ঠাবান সেৱক’বুলি কোৱা সাৱৰকাৰে সুভাষ-ভগতৰ লগত কেনেকৈ বহিব?

Apply Now

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক কে চি বেনুগোপালে তেওঁৰ এক্স হেণ্ডেলত এনে পোষ্টাৰৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁ ঠাট্টা কৰি কয়, “ইংৰাজৰ ওচৰত ক্ষমা বিচৰা সাৱৰকাৰৰ দৰে মানুহক গান্ধীজীৰ ওপৰত ৰখা হৈছে – আমাক স্বাধীনতা দিয়া অপৰিহাৰ্য মহাত্মা।” জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে ব্যক্তিত্বক স্থান দিয়া নহ’ল কিয় সেই পোষ্টাৰত সাৱৰকাৰক স্থান দিয়া হ’ল বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ আৰু লিখিছে, “প্ৰতিটো স্বাধীনতা দিৱসতে মোদীৰ অধীনত বিজেপিয়ে ইতিহাস বিকৃত কৰাৰ সপক্ষে এটা কথা উত্থাপন কৰে যে বীৰক আঁতৰাই দেশদ্ৰোহীক অগ্ৰাধিকাৰ দিয়ে। অৱশ্যে যিসকলৰ পূৰ্বপুৰুষে ইংৰাজৰ সৈতে গোপন বুজাবুজি কৰি বিভাজনৰ বীজ সিঁচিছিল আৰু যিসকলৰ ঘৃণাই আজিও আমাক খেদি ফুৰে, তেওঁলোকৰ পৰা আৰু কি আশা কৰিব পাৰি?”

প্ৰসংগক্ৰমে সাৱৰকাৰ বিষয়ত বিজেপিৰ স্থিতি ইয়াৰ পূৰ্বেও বহুবাৰ বিতৰ্কৰ বিষয় হৈ আহিছে। সাৱৰকাৰক আন্দামান চেলুলাৰ জেলৰ পৰা জামিনত মুকলি কৰি দিয়া বিতৰ্কক একাষৰীয়া কৰি ৰাখিলেও ‘ৰাজনৈতিক হিন্দুত্ববাদী’ৰ পিতৃ হিচাপে তেওঁৰ পৰিচয় অস্বীকাৰ কৰিব নোৱাৰি। তেওঁ বিজেপি-আৰএছএছৰ মতাদৰ্শগত গুৰু বুলি কোনো বিতৰ্কৰ পৰিসৰ নাই। অৱগত জনসাধাৰণৰ এটা অংশই বিশ্বাস কৰে যে তেওঁক বাৰে বাৰে প্ৰাধান্য দিয়া আৰু হিন্দুত্ববাদী আৱেগক উচটনি দিয়াটোৱেই উদ্দেশ্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd