• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিয় মহাকাশ বিজ্ঞানী হোৱাৰ সপোন বাদ দিলে বিজ্ঞান শাখাত শীৰ্ষস্থান প্ৰাপ্ত চয়নে 

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2019 12:44 pm
sayan mazumdar

বিজ্ঞান শাখাত প্ৰথম স্থান প্ৰাপ্ত চয়ন মজুমদাৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৰামানুজ জুনিয়ৰ কলেজৰ বিতোপন আৰান্ধৰাৰ সৈতে যুতীয়া ভাৱে  দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰ চয়ন মজুমদাৰে।

আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ চয়নে ৯৫.৬ শতাংশ হাৰেৰে ৫০০ ৰ ভিতৰত লাভ কৰে মুঠ ৪৭৮ নম্বৰ। তেওঁ ইংৰাজীত ৯৪, অল্টাৰনেটিভ ইংৰাজীত ৯৮, জীৱ বিজ্ঞানত ৯৫, ৰসায়ন বিজ্ঞানত ৯৭, পদাৰ্থ বিজ্ঞানত ৯৪ আৰু গণিতত ৯০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

প্ৰথম স্থান দখল কৰি স্বাভাবিকতে উৎফুল্লিত হৈ পৰা চয়নে তেওঁৰ সাফল্যৰ বাবে প্ৰথমতে পিতৃ-মাতৃ আৰু মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলক কৃতিত্ব প্ৰদান কৰে।

আনহাতে, সাংবাদিকে ভবিষ্যত লক্ষ্য কি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত মেধাৱী ছাত্ৰগৰাকীয়ে তেওঁৰ প্ৰথম লক্ষ্য আছিল এগৰাকী মহাকাশ বিজ্ঞানী হোৱা কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা বাবে এতিয়া সেই লক্ষ্য ত্যাগ কৰি চিকিৎসক আৰু অভিযন্তা হোৱাৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছে মত প্ৰকাশ কৰে।

তদুপৰি কিমান ঘণ্টাকৈ পঢ়িছিল বুলি সোধা আন এটা প্ৰশ্নৰ উত্তৰত তেওঁ যেতিয়াই মন যায় তেতিয়াই পঢ়িছিল বুলি কয়।

‘কেতিয়াবা মই ৩-৪ ঘণ্টা  পঢ়িছিলো, কেতিয়াবা ১০-১২ ঘণ্টা আৰু কেতিয়াবা বহু দিন ধৰি পঢ়াও নাছিলো’ চয়নে কয়।

উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাতো স্থান দখল কৰিবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰগৰাকীয়ে ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লোৱা বুলি মন্তব্য কৰে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd