• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছ বি আইত ওলাইছে ৮,০০০ চাকৰি; চাওক সৱিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2020 8:09 am
SBI-Recruitment-2018-750x430-750x375

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ষ্টেট বেংক (এছ বি আই)য়ে এছ বি আইৰ ক্লাৰিকেল কেডাৰৰ কনিষ্ঠ সহায়ক (কাষ্টমাৰ ছাপোৰ্ট এণ্ড ছেলছ) পদৰ ৮,০০০ টা পদত নিযুক্তিৰ বাবে ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে এছ বি আই ক্লাৰ্ক ২০২০’ৰ বাবে ইয়াৰ নিজা ৱেবছাইট sbi.co.inত গৈ অনলাইন যোগে আবেদন কৰিব পাৰে।

Apply Now

ভাৰতীয় ষ্টেট বেংকে বৃহস্পতিবাৰে (২ জানুৱাৰি,২০২০) প্ৰকাশ কৰা জাননী অনুসৰি ভাৰতবৰ্ষৰ বিভিন্ন শাখাত খালী হৈ থকা উক্ত পদসমূহত নিযুক্তি দিব।

প্ৰায় ৮,০০০ খালী পদত নিযুক্তি দিবলগীয়া এইটো চাকৰি প্ৰাৰ্থীসকলৰ বাবে এক সোণালী সুযোগ বুলি ক’ব পাৰি।

জাননী অনুসৰি, এছ বি আই ক্লাৰ্ক ২০২০’ৰ বাবে ৰেজিষ্ট্ৰেশ্যন আজি (৩ জানুৱাৰি,২০২০)ৰ পৰা আৰম্ভ হ’ব। প্ৰাৰ্থীসকলৰ আবেদনৰ বাবে অন্তিম তাৰিখ হৈছে ২৬ জানুৱাৰি,২০২০।

551cf81f5a7f859f1170c0307416edb1

এছ বি আই ক্লাৰ্ক ২০২০’ৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ অৰ্হতা কোনো স্বীকৃত প্ৰাপ্ত বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

প্ৰাৰ্থীসকলে অহা ২৬ জানুৱাৰি ২০২০ৰ ভিতৰত অনলাইন যোগে আবেদন মাছুল জমা দিব লাগিব।

যোগ্যতা সম্পন্ন আবেদনকাৰীসকলৰ বাবে এছ বি ক্লাৰ্ক প্ৰিলিমিনেৰী পৰীক্ষা অহা ২০২০ৰ ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব।

এছ বি আই ক্লাৰ্ক ২০২০’ত আবেদনৰ বাবে কেইটামান মনত ৰাখিবলগীয়া কথাঃ

এছ বি আই ক্লাৰ্ক ২০২০’ৰ গুৰুত্বপূৰ্ণ তাৰিখঃ

(ক) অনলাইন আবেদনৰ তাৰিখ আৰম্ভ: ৩ জানুৱাৰি, ২০২০

(খ) অনলাইন আবেদনৰ অন্তিম তাৰিখ: ২৬ জানুৱাৰি,২০২০

(গ)এছ বি ক্লাৰ্ক প্ৰিলিমিনেৰী পৰীক্ষা: ২০২০ৰ ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰত।

(ঘ) জুনিয়ৰ এছোচিয়েট (কাষ্টমাৰ ছাপোৰ্ট এণ্ড ছেলছ) মুঠ পদৰ সংখ্যা: ৮,০০০টা।

(ঙ) দৰমহাৰ নিৰিখ:  Rs.11765-655/ 3-13730-815/ 3-16175-980/ 4-20095-1145/ 7-28110-2120/ 1-30230-1310/1-31450

(চ) শিক্ষাগত অৰ্হতা: কোনো স্বীকৃত প্ৰাপ্ত বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

(ছ) integrated dual degree (IDD) প্ৰমান পত্ৰ থকা প্ৰাৰ্থীয়ে তেওঁলোকৰ পাছ কৰা তাৰিখ ০১.০১.২০২০ৰ ভিতৰত হোৱাটো নিশ্চিত কৰিব লাগিব।

(জ) বয়সৰ সীমা: বয়সৰ সীমা ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। (চৰকাৰী নিয়ম অনুসৰি বয়সৰ সীমা ৰেহাই দিয়া হ’ব)।

প্ৰাৰ্থীসকলে বেংকৰ ৱেবছাইট https://bank.sbi/careers বা https://www.sbi.co.in/careers-Recruitment of Junior Associates 2020ত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব।

ৰেজিষ্টেশ্যনৰ পাছতে প্ৰাৰ্থীসকলে অনলাইন যোগে debit card/ credit card/ Internet Bankingব্যৱহাৰ কৰি নিৰ্দ্ধাৰিত মাছুল জমা দিব লাগিব।

প্ৰাৰ্থীসকলৰ বাবে নিৰ্দ্ধাৰিত মাছুল: General/ OBC/ EWS – Rs 750/- আৰু SC/ ST/ PWD/ XS – মাছুল নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd