• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষ্টেট বেংকৰ গ্রাহকলৈ সুখৱৰ : গৃহ ঋণত পুনৰ হ্ৰাস কৰিলে সুতৰ হাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 2:36 pm
81854-sbi2-pti
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ষ্টেট বেংক (এছ বি আই)য়ে আকৌ এবাৰ এম চি এল আৰ (মাৰ্জিন ক’ষ্ট অফ ফাণ্ডছ বেছড্ লেণ্ডিং ৰেট)ৰ হাৰ হ্ৰাস কৰিছে। এছ বি আইয়ে ইয়াত ১০ বুনিয়াদী (basis) পইন্ট হ্ৰাস কৰিছে।

এছ বি আইয়ে এম চি এল আৰ ৮.২৫ শতাংশৰ পৰা হ্ৰাস কৰি ৮.১৫ শতাংশ কৰিছে। এই নতুন সুতৰ হাৰ ১০ ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হ’ব।

Apply Now

এতিয়া আন বেংকসমূহেও এছ বি আইৰ পথকে অনুসৰণ কৰিব পাৰে। ইয়াৰ ফলত হ্ৰস্বম্যাদী সুতৰ হাৰৰ গৃহ ঋণ সস্তা হ’ব। অৱশ্যে, ইয়াৰ তৎকালীনভাৱে ইয়াৰ লাভ পোৱা নাযাব।

বেংকৰ সূত্ৰ অনুসৰি ১০ ছেপ্টেম্বৰৰ পৰা এবছৰৰ বাবে এছ বি আই এচিএলআৰ ৮.১৫ শতাংশ হ’ব। ২০১৯-২০ বিত্তীয় বৰ্ষত এছ বি আইয়ে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এম চি এল আৰ হাৰ হ্ৰাস কৰিলে।

অৱশ্যে, ইয়াৰ উপৰি এছ বি আইয়ে ফিক্স ডিপ’জিট বা এফ ডিত সুতৰ হাৰত ২০ৰপৰা ২৫ বুনিয়াদী পইন্ট অৰ্থাৎ প্ৰায় ৮ শতাংশ হ্ৰাস কৰিছে।

এম চি এল আৰ হ্ৰাস পোৱাৰ ফলত গৃহ ঋণৰ সুতৰ হাৰত বা ই এম আইত তৎকালীন প্ৰভাৱ নপৰে। দৰাচলতে এছ বি আইৰ হ্ৰস্বম্যাদী সুতৰ হাৰৰ গৃহ ঋণ এবছৰৰ এম চি এল আৰৰ সৈতে যুক্ত হৈ থাকে আৰু ইয়াত এবছৰৰ বাবে এই হাৰ প্ৰযোজ্য থাকে।

অৰ্থাৎ কাৰোবাৰ যদি আগষ্ট মাহত সুতৰ হাৰ বলবৎ হৈ গৈছে আৰু ইয়াৰ পাছত এম চি এল আৰত সলনি হয় তেনেহ’লে ইয়াৰ লাভ পৰৱৰ্তী বছৰৰ অৰ্থাৎ পৰৱৰ্তী আগষ্ট মাহলৈকে পোৱা যাব।

এছ বি আইৰ গৃহ ঋণ আৰু অটো ঋণৰ বজাৰত ক্ৰমে ৩৫ শতাংশ আৰু ৩৬ শতাংশ অংশীদাৰী আছে। ধাৰাবাহিক আবেদনৰ পাছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেংকবিলাকক সকলো ঋণ ৰেপ’ ৰেটৰ সৈতে যুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰ বি আইয়ে সকলো বেংককে ১ অক্টোবৰৰ পৰা ৰেপ’ ৰেটৰ সৈতে গৃহ ঋণ, গাড়ীৰ ঋণ, ব্যক্তিগত ঋণ আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰৰ সৈতে জড়িত সকলো ঋণ সংযুক্ত কৰিবলৈ কৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd