• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১০ জুলাইৰ পিছত উপকৃত হ’ব SBIৰ হোম লোনৰ গ্ৰাহক, কেনেকৈ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 8, 2020 7:04 pm

1 min read

SBI_IANS_2_2
1.2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান ষ্টেটবেংকৰ হোম লোনৰ গ্ৰাহকসকল ১০ জুলাইৰ পিছত উপকৃত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ষ্টেটবেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ১০ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ বেংকে এম চি এল আৰ অৰ্থাৎ মাৰ্জিনাল ক’ষ্ট অৱ ফাণ্ড বেছড লেণ্ডিং ৰেট ৫-১০ বেছিছ পইন্টলৈ হ্ৰাস কৰিব।

এই ব্যৱস্থা তিনি মাহৰ বাবে বাহাল থাকিব বুলি জানিব পৰা গৈছে।

এয়া হৈছে ষ্টেট বেংকে চতুৰ্দশ বাৰৰ বাবে মাৰ্জিনাল ক’ষ্ট অৱ ফাণ্ড বেছড লেণ্ডিং ৰেট হ্ৰাস কৰাৰ ঘটনা।

ইয়াৰ পূৰ্বেও ষ্টেট বেংকে ১০ জুনত মাৰ্জিনাল ক’ষ্ট অৱ ফাণ্ড বেছড লেণ্ডিং ৰেট হ্ৰাস কৰিছিল।

ষ্টেট বেংকে মাৰ্জিনাল ক’ষ্ট অৱ ফাণ্ড বেছড লেণ্ডিং ৰেট হ্ৰাস  কৰাৰ ফলত বেংকটোৰ হোম লোনৰ বহু গ্ৰাহক উপকৃত হ’ব পাৰিব।

বিশেষকৈ হোম লোনৰ  সেই সকল গ্ৰাহক উপকৃত হ’ব যি সকলে জুলাই মাহৰ নিৰ্দ্দিষ্ট তাৰিখত তেওঁলোকৰ লোন একাউন্ট ৰিছেট কৰিব পাৰিব।

তেনে গ্ৰাহকে তেওঁলোকৰ হোম লোনৰ সূদৰ হাৰত ৭০বেছিছ পইন্ট হ্ৰাস পোৱাৰ সুফল লাভ কৰিব।

অৰ্থাৎ যি সকলে ৮ শতাংশ সূদ প্ৰদান কৰি আছিল তেওঁলোকে ৭.৩০ শতাংশ সূদ দিব লাগিব।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd