• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূজাৰ বতৰত গ্ৰাহকৰ বাবে SBI ৰ বৃহৎ ঘোষণা, কি সেই ঘোষণা চাওঁ আহক

মহিলাৰ বাবে ৰাখিছে বিশেষ ৰেহাইৰ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2020 6:20 pm
a sbi-banbk-1575953914
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাতংকৰ মাজতে উত্তৰ ভাৰতৰ লগতে দেশৰ আন বহু ৰাজ্যত এতিয়া পূজাৰ আনন্দৰ লহৰ উঠিছে।

কোভিড প্ৰট’কল মানি দেশবাসী সাজু হৈছে অনুষ্টুপীয়াকৈ হ’লেও দুৰ্গতিনাশিনীক  আদৰিবলৈ।

Apply Now

এনে সময়তে দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান SBI-এ বেংকটোৰ গৃহ ঋণ লোৱা গ্ৰাহকসকলৰ বাবে ঘোষণা কৰিছে এক বৃহৎ অফাৰ ।

সেই মৰ্মে SBI ৰ পৰা গৃহ ঋণ লোৱা সকলে উপকৃত হ’ব বুলি প্ৰকাশ কৰিছে বেংকটোৰ উৰ্ধতন কৰ্তৃপক্ষই।

SBI-এ ঘোষণা কৰা অনুসৰি বেংকটোৰ পৰা ৭৫ লাখতকৈ অধিক টকাৰ গৃহ ঋণ লোৱাসকলে সুদৰ হাৰৰ ক্ষেত্ৰত ২৫ বেছিচ পয়েণ্ট ৰেহাই পাব।

এই ক্ষেত্ৰেত গৃহ ঋণ লোৱা গ্ৰাহকৰ CIBIL স্কোৰৰ ওপৰত ভিত্তি কৰি আৰু গ্ৰাহকে বেংকৰ ডিজিটেল লেণ্ডিং প্লেটফৰ্ম YONO ৰ জৰিয়তে ঋণৰ বাবে আবেদন কৰিছিল নেকি আদি কথাৰ ওপৰত ভিত্তি কৰি গৃহ ঋণৰ গ্ৰাহকক এই বৃহৎ সকাহ প্ৰদান কৰা হ’ব।

গৃহ ঋণ লোৱা মহিলা গ্ৰাহকৰ ক্ষেত্ৰত অতিৰিক্ত ৫ বেছিচ পয়েণ্টৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।

৩০ লাখৰ পৰা ২ কোটি টকা পৰ্যন্ত গৃহ ঋণৰ ক্ষেত্ৰত পূৰ্বৰ ১০ বেছিচ পয়েণ্টৰ ঠাইত এইবাৰ ২০ বেছিচ পয়েণ্ট ৰেহাই দিয়াৰ কথা ঘোষণা কৰা হৈছে।

দেশৰ ৮ খন মেট্ৰ’ চিটিত ৩ কোটি টকা পৰ্যন্ত গৃহ ঋণ লোৱা গ্ৰাহকৰ ক্ষেত্ৰতো একে ৰেহাই  ঘোষণা কৰিছে SBI-এ।

SBI-এ কৰা এনে নতুন ঘোষণাৰ ফলত এতিয়া ৩০ লাখলৈ গৃহ ঋণ লোৱা সকলে আদায় দিবলগীয়া সুদৰ হাৰ ৬.৯ শতাংশলৈ হ্ৰাস পাব আৰু ৩০ লাখৰ ওপৰৰ গৃহ ঋণৰ বাবে সুদ হ্ৰাস পাব ৭ শতাংশলৈ।

গৃহ ঋণৰ গ্ৰাহকলৈ আগবঢ়োৱা এই সুবিধা সম্পৰ্কত মন্তব্য কৰি SBI-ৰ ৰিটেইল আৰু ডিজিটেল বেংকিঙৰ পৰিচালন সঞ্চালক চি এছ ছেট্টীয়ে কয় যে উৎসৱৰ বতৰত গ্ৰাহকে লাভ কৰা এনে ৰেহাইয়ে গ্ৰাহকসকলক উপকৃত কৰাৰ লগতে উৎসাহিতও কৰি তুলিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd