• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেংকৰ চাকৰি বিচৰাসকলৰ বাবে সুখৱৰ : এছ বি আইত ওলাইছে চাকৰি, লোভণীয় দৰমহা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 2:56 pm
SBI-Recruitment-2018-750x430

প্ৰতিনিধিত্বমূলক ফটো

1.6k
VIEWS
Share on FacebookShare on Twitter

ষ্টেট বেংক অফ ইণ্ডিয়াই (এছ বি আই) স্পেছিয়েল কেডাৰ অ’ফিচাৰ আৰু ডিউটি জেনেৰেল মেনেজাৰ পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। যিসকলে বেংকত চাকৰি কৰা হাবিয়াস পুহি ৰাখিছে আৰু উপযুক্ত অৰ্হতা আহৰণ কৰিছে তেওঁলোকৰ কাৰণে আহিছে এক সুন্দৰ সুযোগ।

উক্ত চাকৰিৰ বাবে প্ৰয়োজনীয় অৰ্হতা কি সেয়া প্ৰথমে জানো আহক; তাৰপাছত কৰক আবেদন : –

স্পেছিয়েল কেডাৰ অ’ফিচাৰ আৰু ডিউটি জেনেৰেল মেনেজাৰ পদত আবেদন কৰাৰ আন্তিম তাৰিখ হৈছে অহা ১২ আগষ্ট। প্ৰাৰ্থী সকলে আজিৰে পৰাই ইয়াৰ নিজা ৱেবছাইট sbi.co.in ত গৈ আবেদন পত্ৰ দাখিল কৰিব পাৰিব।

এই পদসমূহত আবেদন কৰা প্ৰাৰ্থীসকলক এক সাক্ষাৎকাৰৰ আধাৰত শ্বৰ্টলিষ্ট কৰা হ’ব আৰু ইয়াৰ পাছতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

নিযুক্তি হ’বলগীয়া পদ আৰু ইয়াৰ সংখ্যা হৈছে এনেধৰণৰ –

ডেপুটি জেনেৰেল মেনেজাৰ (কেপিটেল প্লেনিং)-১ টা পদ

এছ এম ই ক্ৰেডিট এনালিষ্ট (ছেক্টৰ স্পেছিয়েলিষ্ট)- ১১ টা পদ

এছ এম ই ক্ৰেডিট এনালিষ্ট (ষ্ট্ৰাকশ্যাৰিং) – ৪টা পদ

এছ এম ই ক্ৰেডিট এনালিষ্ট – ১০ টা পদ

ক্ৰেডিট এনালিষ্ট – ৫০ টা পদ

ডেপুটি জেনেৰেল মেনেজাৰ (এছেট লায়েবিলিটি মেনেজমেন্ট)-১টা পদ

এছ বি আইৰ উক্ত পদসমূহত আবেদন কৰাৰ বাবে প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা MBA, B.E./ B.Tech., CA ডিগ্ৰী লাভ কৰা হ’ব লাগিব। সকলোবোৰ পদৰ বাবে বেলেগে বেলেগে অৰ্হতা নিৰ্দ্ধাৰণ কৰা হৈছে। সৱিশেষ জানিবৰ বাবে আনুষ্ঠানিক জাননীত চকু ফুৰাওক।

ডিউটি জেনেৰেল মেনেজাৰ পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়সৰ উৰ্দ্ধ সীমা ৪৫ বছৰৰ অধিক হ’ব নালাগিব আৰু আন পদৰ বাবে ৩৫ বছৰৰ অধিক হ’ব নালাগিব।

ডিউটি জেনেৰেল মেনেজাৰ পদৰ বাবে দৰমহাৰ নিৰিখ ৬৮৬৮০ৰ পৰা ৭৬৫২০ টকা আৰু আন পদৰ বাবে ৪২০২০ ৰ পৰা ৫১৪৯০ টকা নিৰ্দ্ধাৰণ কৰা হৈছে।

প্ৰাৰ্থীসকলক বেংকৰ নিজা ৱেবছাইট পৰীক্ষা কৰি চোৱাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হ’ল:-

https://bank.sbi/careers or https://www.sbi.co.in/careers regularly for details and updates (including the list of shortlisted/qualified candidates).

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd