• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ষ্টে’ট বেংকত ৯ হাজাৰ চাকৰি, অসমীয়া জনাসকলৰ বাবে বিশেষ সুযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 17, 2019 6:30 pm

1 min read

SBI Recruitment 2019

এচ বি আইৰ প্ৰতীক। সৌজন্য-- Entrackr

4.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ষ্টে’ট বেংকৰ জুনিঅৰ এছছিয়ে’ট (গ্ৰাহক সহায়ক আৰু বিক্ৰী) পদবীৰ ৮৯০৪টা পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।

অসমত মুঠ ৩০০টা পদ মুকলি হোৱা এই নিযুক্তিত স্থানীয় ভাষা বিষয়তো প্ৰাৰ্থীৰ দখলৰ পৰীক্ষা লোৱা হ’ব। ফলত স্থানীয় প্ৰাৰ্থীসকলে এইক্ষেত্ৰত অগ্ৰাধিকাৰ পোৱাৰ নিশ্চিত সুযোগ সৃষ্টি হৈছে।

অসমৰ লগতে অৰুণাচল প্ৰদেশত ৫৭, মণিপুৰত ১০, মেঘালয়ত ৩২, মিজোৰামত ১৯, নাগালেণ্ডত ৪০ আৰু ত্ৰিপুৰাত ২৮টা পদ মুকলি হৈছে।

১ এপ্ৰিল, ২০১৯ত ২০ৰ পৰা ২৮ বছৰ বয়সত ভৰি দিয়া স্নাতক, ভাৰতীয় যুৱক-যুৱ্তীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলেও এই আবেদনৰ সুযোগ পাব। কিন্তু নিযুক্তি লাভ কৰিলে তেওঁলোকে ৩১ আগষ্ট, ২০১৯ৰ ভিতৰত স্নাতক উত্তীৰ্ণ হোৱা বুলি প্ৰমাণ দাখিল কৰিব লাগিব।

বয়সৰ ক্ষেত্ৰত নিয়ম অনুসৰি পাব লগা ৰেহাইসমূহ এই নিযুক্তিৰ ক্ষেত্ৰত বাহাল থাকিব।

আবেদনপত্ৰ, দৰমহা আৰু সবিশেষ তথ্য পাবলৈ ইয়াত ক্লিক কৰক।

Recent News

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd