• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

SBI ৰ ৪৪ কোটি গ্ৰাহকৰ বাবে আহিছে একাধিক সুখবৰ, কি সেই সুখবৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 19, 2020 3:05 pm

2 min read

sbi-min
1.2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহক সকলৰ বাবে লৈ আহিছে এক সুখবৰ।

বেংকটোৰ ৪৪ কোটি ছেভিংছ একাউণ্টৰ গ্ৰাহকে এতিয়াৰে পৰা একাউণ্টত ন্যুনতম ধন অৰ্থাৎ মিনিমাম বেলেঞ্চ জমা নাৰাখিলেও কোনো কথা নাই।

ছেভিংছ একাউণ্টত মিনিমাম বেলেঞ্চ নাথাকিলেও এতিয়াৰে পৰা কোনো গ্ৰাহকৰ পৰাই কাটি লোৱা নহয় কোনো জৰিমনা।

একেদৰে ষ্টেট বেংকৰ ৪৪ কোটি ছেভিংছ একাউণ্টৰ গ্ৰাহকক সকাহ দি বেংক কৰ্তৃপক্ষই ঘোষণা কৰিছে  আন কেইবাটাও সুখবৰ।

বেংক কৰ্তৃপক্ষই টুইটাৰ যোগে কৰা ঘোষণা অনুসৰি এতিয়াৰে পৰা এছ এম এছৰ বাবেও কোনো গ্ৰাহকৰ পৰা মাহিলী কোনো ধন কাটি ৰখা নহ’ব।

অৰ্থাৎ গ্ৰাহকে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এছ এম এছ সেৱা।

উল্লেখ্য ইয়াৰ পূৰ্বে ষ্টেট বেংকৰ ছেভিংছ একাউণ্টৰ গ্ৰাহক সকলে মেট্ৰ’ অঞ্চলত ৩,০০০ টকা,চহৰ অঞ্চলত ২,০০০ টকা আৰু গ্ৰামাঞ্চলত ১,০০০ টকা মিনিমাম বেলেঞ্চ হিচাবে একাউণ্টত ৰাখিব লাগিছিল।

Good news for SBI Savings Account holders! Now you don't have to pay charges for SMS service and non-maintenance of monthly average balance. #SavingsAccount #SMSCharges #MAB #SBI #StateBankOfIndia pic.twitter.com/v3IcqzcsUh

— State Bank of India (@TheOfficialSBI) August 18, 2020

যদি মিনিমাম বেলেঞ্চ নাথাকে তেন্তে মেট্ৰ’ অঞ্চলত ১০-১৫ টকা, চহৰ অঞ্চলত ৭-১২ টকা আৰু গ্ৰামাঞ্চলত ৫-১০ টকা জৰিমনা হিচাবে কটা হৈছিল।

ষ্টেট বেংকে টুইটাৰ যোগে প্ৰকাশ কৰা অনুসৰি যিসকল গ্ৰাহকৰ ছেভিংছ একাউণ্টত কমেও ১ লাখ টকা থাকিব তেওঁলোকে মাহত যিমান বাৰেই এ টি এমৰ পৰা ধন নুলিয়াওক কিয়  ইয়াৰ বাবে পিছে  কোনো মাচুল আদায় দিব নালাগিব।

অৰ্থাৎ ছেভিংছ একাউণ্টত এক লাখ টকা থকা সকলে অতিৰিক্ত কোনো ধন নভৰাকৈ এ টি এমৰ পৰা একাধিক বাৰ ধন উলিয়াব পাৰিব।

Recent News

Golaghat1

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd