• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২২০ গৰাকী পুঁজিপতিলৈ ৭৬,৬০০ কোটি টকাৰ ঋণ ৰেহাই SBIৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 10, 2019 3:03 pm

1 min read

81854-sbi2-pti
5.4k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধান আৰু সৰ্বৃবহৎ বেংক, ভাৰতীয় ষ্টেট বেংক (SBI)-এ ২২০ গৰাকী ডিফল্টাৰ (ঋণ ঘূৰাই দিব নোৱৰা ব্যক্তি)ৰ মূঠ ৭৬,৬০০ কোটি টকাৰ অনুদায় ঋণ ৰেহাই কৰিছে।

ইয়াৰে প্ৰত্যেক গৰাকীৰে বেংকটোত ১০০ কোটিতকৈ অধিক টকাৰ ঋণ আছে। গড় হিচাপত প্ৰত্যেকটো এনে একাউণ্টৰ পৰা মাফ কৰা টকাৰ পৰিমাণ হৈছে ৩৪৮ কোটি টকা।

এই তথ্য প্ৰকাশ পাইছে তথ্য জনাৰ অধিকাৰ আইন (RTI)ৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) CNN-News18-ক দিয়া উত্তৰত। উক্ত (RTI)ৰ  উত্তৰত যোৱা ৩১ মাৰ্চ ২০১৯ৰ পৰা বেংক অনুযায়ী ১০০ কোটি আৰু ৫০০ কোটি টকাতকৈ অধিক ঋণ মাফৰ তালিকা দিয়া হৈছে।

উল্লেখযোগ্য যে যোৱা ৩১ মাৰ্চত SBI-এ বেংকটোৰ পৰা ৫০০ কোটিতকৈ অধিক ঋণ লোৱা ৩৩ গৰাকী ব্যক্তিৰ পৰা পাবলগীয়া ৩৭,৭০০ কোটি টকা অনুদায় হৈ আছে বুলি ঘোষণা কৰিছিল।

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তালিকা মতে দেশৰ বেংকসমূহত ১০০ কোটি টকাতকৈ অধিক অনুদায় ঋণ থকা মূঠ একাউণ্টৰ সংখ্যা হ’ল ৯৮০টা। ইয়াৰে ২২০টা একাউণ্ট অৰ্থাৎ ৫ ভাগৰ এভাগ হৈছে SBIৰ।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd