DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমগ্ৰ দেশতে মহৰমৰ সমদল উলিওৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 8:08 pm
Supreme-Court-of-India
524
VIEWS
Share on FacebookShare on Twitter

আন আন বছৰৰ দৰে এইবাৰৰ মহৰমত দেশৰ চহৰে-নগৰে উলিয়াব পৰা নাযাব সমদল অথবা তাজিয়া।

উচ্চতম ন্যায়ালয়ে আজি মহৰমৰ সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি কয় যে এনে ধৰ্মীয় সমদলৰ বাবে পুনৰ কোনো এটা বিশেষ সম্প্ৰদায়ৰ লোকক ক’ৰ’ণা ভাইৰাছ বিয়পোৱাৰ অভিযোগ জাপি দিয়াৰ কাকো  সুবিধা দিব নোৱাৰি।

মহৰমৰ সমদলে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব বুলিও ন্যায়ালয়ে মন্তব্য কৰে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববড়ে,ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামসুন্দৰমকলৈ গঠিত বিশেষ খণ্ডপীঠে সমগ্ৰ দেশতে মহৰমৰ সমদল উলিওৱাৰ অনুমতি বিচাৰি কৰা এখন আবেদন সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানি গ্ৰহণ কৰি কয় যে এই সন্দৰ্ভত আদালতে কোনো সামগ্ৰীক নিৰ্দেশ জাৰি কৰিব নোৱাৰে।

কাৰণ মহৰমৰ সমদলৰ জৰিয়তে আদালতে দেশৰ নাগৰিকক ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা আৰু অধিক সংক্ৰমিত হোৱাটো নিবিচাৰে।

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি খণ্ডপীঠে কয় যে জগন্নাথ ৰথ যাত্ৰা কেৱল এটা নিৰ্দিষ্ট অঞ্চলতহে কৰিবলৈ দিয়া হৈছিল।

খণ্ডপীঠ খনে মহৰমৰ সমদল সমগ্ৰ দেশতে কৰাৰ অনুমতি বিচাৰি কৰা আবেদন খন প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ লগতে এই সম্পৰ্কত কেৱল লক্ষ্ণৌত সমদল উলিওৱাৰ অনুমতি বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ আবেদনকাৰীক কয়।

উল্লেখ্য সমগ্ৰ দেশতে মহৰমৰ সমদল উলিওৱাৰ অনুমতি বিচাৰি ছিয়া সম্প্ৰদায়ৰ নেতা ছৈয়দ কালবে জাৱাডে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd