DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভিভিপিএটি-ইভিএমৰ এশ শতাংশ ৰিজনি বিচৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
May 21, 2019 10:41 pm
SC to hear petitions against CAA on Wednesday

ভাৰতৰ উচ্চতম ন্যায়ালয়। ফাইল ফটো

846
VIEWS
Share on FacebookShare on Twitter

২৩ মে’ত লোকসভা নিৰ্বাচনৰ ভোট গণনাত ভি ভি পি এ টি-ই ভি এমসমূহ এশ শতাংশ মিলাই চোৱাৰ বাবে কৰা এক আবেদন মঙলবাৰে খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

অনুৰূপ এখন আবেদন ইতিমধ্যেই মুখ্য ন্যায়াধীশে খাৰিজ কৰাৰ পৰিপ্ৰেক্ষিতত একেটা বিষয়তে পুনৰ এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন গ্ৰহণ কৰিবলৈ ন্যায়াধীশ অৰুণ মিশ্ৰৰ বিচাৰপীঠে অস্বীকাৰ কৰে।

“মুখ্য ন্যায়াধীশে এই বিষয়টো ইতিমধ্যে মোকাবিলা কৰিছে। আমি মুখ্য ন্যায়াধীশৰ নিৰ্দেশটো অগ্ৰাহ্য কৰিব নোৱাৰো…এইখন অৰ্থহীন। খাৰিজ কৰা হৈছে,” শুনানিত মন্তব্য ন্যায়াধীশ অৰুণ মিশ্ৰৰ।

চেন্নাইৰ tech4all নামৰ এটা কাম্পেনিয়ে আবেদনখন কৰিছিল।

দেশৰ ২১টা বিৰোধী ৰাজনৈতিক দলে জনোৱা ৰাজহুৱা স্বাৰ্থজৰিত আবেদনখন ইতিমধ্যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে খাৰিজ কৰিছিল।

প্ৰতি সমষ্টিত এটাৰ পৰা পাঁচটালৈকে মেচিনৰ ভি ভি পি এ টি-ই ভি এম মিলাই চাবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ দলসমূহে আবেদন জনাইছিল।

চলিত লোকসভা নিৰ্বাচনৰ ২৫ শতাংশলৈকে মেচিনৰ এই সত্যাসত্য নিৰূপণৰ বাবে বিৰোধী দলসমূহে কৰা দাবী মুখ্য ন্যায়াধীশ গগৈৰ আদালতে খাৰিজ কৰিছিল।

আনহাতে ভাৰতৰ নিৰ্বাচন আয়োগেও বিৰোধী দলৰ অনুৰূপ দাবী খণ্ডন কৰিছিল।

ভি ভি পি এ টি-ই ভি এম ৫০ শতাংশলৈকে মিলাই চোৱাৰ বাবে দলসমূহে উত্থাপন কৰা দাবী খণ্ডন কৰি আয়োগে কৈছিল যে এনে কৰিলে নিৰ্বাচনৰ ফলাফল পাঁচদিন পিছুৱাই যাব।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd