• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভা নিৰ্বাচনৰ ৩৪৭টা সমষ্টিৰ ভোটৰ সংখ্যাত বিসংগতি! নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2019 7:14 pm
Election Commission of India

প্ৰতিনিধিত্বমূলক ছবি।

5.9k
VIEWS
Share on FacebookShare on Twitter

২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৩৪৭টা সমষ্টিত EVM মেচিনবোৰে দেখুওৱা ভোটৰ সংখ্যাত ব্যাপক বিসংগতিৰ তথ্য পোহৰলৈ আহিছে।

এই বিসংগতিবোৰ গুৰুতৰ ধৰণৰ বুলি দাবী কৰা দুটা বেচৰকাৰী সংস্থাৰ আৰ্জি গ্ৰহণ কৰাৰ পিছত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰিছে, নেশ্যনেল হেৰল্ডত এই কথা প্ৰকাশ।

বাতৰিটো প্ৰকাশ পোৱা মতে, মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে ২০২০ চনৰ ফেব্ৰুৱাৰিত এই আৰ্জিৰ শুনানি ল’বলৈ সাজু হৈছে।

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এ ডি আৰ) আৰু কমন কজ নামৰ স্বেচ্ছাসেৱী সংগঠনকেইটাই নিজৰ আৰ্জিত দাবী কৰিছে যে ৩৪৭টা সমষ্টিত মুঠ ভোটদানৰ সংখ্যা আৰু ভোট গণনাত ওলোৱা সংখ্যাৰ মাজত গুৰুতৰ বিসংগতি পোৱা গৈছে।

স্বেচ্ছাসেৱী সংগঠন দুটাই ৫৪২টা সমষ্টিৰ নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা তথ্যক লৈ গৱেষণা কৰিছিল।

সংগঠনকেইটাৰ দাবী, মুঠ ভোটদান আৰু ভোট গণনাত পোৱা ভোটৰ সংখ্যাৰ মাজত ১-ৰ পৰা ১,০১,৩২৩টালৈকে ভোটৰ ব্যৱধান পোৱা গৈছে।

সংগঠনকেইটাই ভৱিষ্যতৰ সকলো নিৰ্বাচনত তথ্যত (data) হোৱা বিসংগতিৰ অনুসন্ধান কৰিব পৰাকৈ এটা শক্তিশালী প্ৰণালী প্ৰস্তুত কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়াটো কামনা কৰিছে।

আৰু লগতে আৰ্জিখনত সংগঠন দুটাই ভৱিষ্যতে যিকোনো নিৰ্বাচনৰ ফল ঘোষণাৰ পূৰ্বে সঠিকভাৱে তথ্য মিলাই চোৱাৰ দাবী জনাইছে।

নিৰ্বাচনৰ পৱিত্ৰতা ৰক্ষাৰ বাবে নিৰ্বাচনৰ ফল একেবাৰে সঠিক আৰু নিখুঁত হোৱা দৰকাৰ বুলি সংগঠনকেইটাই মত আগ বঢ়ায়।

উল্লেখ কৰিব পাৰি যে বিগত লোকসভা নিৰ্বাচনত EVM মেচিনৰ উদ্দেশ্যমূলক নিয়ন্ত্ৰণ কৰা হৈছিল বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰি আহিছে।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd