• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রীক প্ৰহাৰ যুৱকৰ; উত্তপ্ত পৰিস্থিতি

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 9, 2019 10:34 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত হেলাপাখৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রীক এজন উদণ্ড যুৱকে মাৰপিট কৰাৰ ঘটনাকলৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণি মতে যোৱা ৫ নৱেম্বৰত ভাঙি পৰা হেলাপাখৰী প্ৰাথমিক বিদ্যালয় গৃহ মেৰামতি কৰি থকা অৱস্থাত আজি পুৱা ৯ বজাত আব্দুল হালিম নামৰ এজন স্থানীয় যুৱকে গৃহ নিৰ্মাণত বাধা দিয়াৰ লগতে প্ৰধান শিক্ষয়িত্ৰীক প্ৰহাৰ কৰে।

যুৱকজনে কিয় এনে কৰিলে তাক জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ৫ নৱেম্বৰত বিদ্যালয়খনৰ গৃহ ভাঙি পৰি প্ৰায় ৩০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আহত হৈছিল।

যুৱকৰ এনে কাণ্ডত বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে যুৱকজনক ধৰিবলৈ চেষ্টা কৰে যদিও তেওঁ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিছত স্থানীয় লোকে মৰনৈ আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আৰক্ষীৰ উপস্থিতিত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠন তথা শিক্ষক-শিক্ষয়িত্রীয়ে উক্ত ঘটনাক গৰিহণা দি অতি সোনকালেই যুৱকজনক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী জনায়। অন্যথা জিলা ব্যাপী শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব কয়।

জানিব পৰা মতে প্ৰধান শিক্ষয়িত্রীক প্ৰহাৰ কৰা যুৱকজনে ইয়াৰ পুৰ্বেও কেবাটাও মাৰপিটৰ ঘটনা সংঘটিত কৰাৰ লগতে তেওঁ জুৱা খেলৰ সৈতেও জড়িত।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd