• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2022 7:28 am
Teacher molest minor student
282
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ খাৰুপেটীয়াত এগৰাকী নাবালিকা ছাত্ৰীক উৎপীড়ন কৰাৰ অভিযোগত দৰং আৰক্ষীয়ে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত শিক্ষকজনক মাগুৰমাৰী চৰৰ বাসিন্দা দোষ্ট মহম্মদ চাফি বুলি চিনাক্ত কৰা হৈছে।

ধৃত মহম্মদ চাফি ২ নং মাগুৰমাৰি উত্তৰপাৰ পুবচুবা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত।

অভিযোগ অনুসৰি প্ৰধান শিক্ষকজনে সোমবাৰে নিশা ছোৱালীৰ হোষ্টেলত প্ৰৱেশ কৰি তেওঁ এগৰাকী নাবালিকা ছাত্ৰীক উৎপীড়ন কৰিছিল।

ভুক্তভোগী ছাত্ৰী গৰাকীয়ে লগে লগে মাক-দেউতাকক এই বিষয়ে অৱগত কৰে। এই অভিযোগৰ পিছতে ছাত্ৰীগৰাকীৰ কেইবাজনো আত্মীয় হোষ্টেলৰ সন্মুখত গোট খায়।

তেওঁলোকে আনকি নাবালিকা গৰাকীৰ অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষকক প্ৰহাৰ কৰে বুলিও জানিব পৰা গৈছে।

আনহাতে এই বিষয়ে খবৰ লাভ কৰি খাৰুপেটীয়া আৰক্ষী থানাৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্ত শিক্ষকজনক উত্তেজিত লোকসকলৰ মাজৰ পৰা উদ্ধাৰ কৰে।

ইতিমধ্যে ধৃত শিক্ষকজনক ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩৭৬/৫১১/২৯৪/৫০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। লগতে তেওঁৰ বিৰুদ্ধে POCSO আইনৰ ধাৰা ১০ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে ছাত্ৰীক উৎপীড়নৰ লগতে চাফিৰ বিৰুদ্ধে কেইবাটাও চৰকাৰী নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে।

তেওঁৰ বিৰুদ্ধে ল’ৰা আৰু ছোৱালী দুয়োৰে বাবে হোষ্টেলৰ সুবিধাৰ সৈতে খাৰুপেটীয়াৰ এটা ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান চলাই থকাৰ অভিযোগ কৰা হৈছে। এই প্ৰতিষ্ঠানটো সঠিক অনুমতি আৰু নথিপত্ৰ অবিহনে চলোৱা বুলি অভিযোগ উঠিছে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd