• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্নয়নৰ ফোপোলা স্বৰূপ; পিঠিত কিতাপৰ বেগ লৈ বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ কণকণ ছাত্ৰ-ছাত্ৰী

দ্বীপেন শইকীয়া, নগাঁও by দ্বীপেন শইকীয়া, নগাঁও
January 22, 2023 2:43 pm
140
VIEWS
Share on FacebookShare on Twitter

এজাক কণকণ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা ৷ পিঠিত কিতাপৰ বেগ বোজাই লৈ এডাল বাঁহৰ সাঁকোৰে খুপি খুপি পঢ়াশালিলৈ বুলি বাট বুলিছে প্ৰায় শতাধিক ছাত্ৰ- ছাত্ৰী। এনেদৰেই ৰাজ্যত চলি থকা গুণোৎসৱৰ মাজতেই ছাত্ৰ-ছাত্ৰী পঢ়াশালিলৈ অহা দেখা গৈছে নগাঁও জিলাৰ কামপুৰৰ তেঁতেলীসৰাত।

উল্লেখ্য যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কী অমৃত মহোৎসৱৰ ধুমধামৰে উদযাপনৰ সময়ত কামপুৰৰ ললিত নাথ মধ্য ইংৰাজী বিদ্যালয়লৈ আজিও ছাত্ৰ-ছাত্ৰী আহে এডাল বাঁহৰ সাঁকোৰে।

৩২ বছৰে বাৰিষা এখন টুলুঙা  নাৱঁত আৰু খৰালি  ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহে বাঁহৰ সাঁকোৰে।নিশাৰী নৈৰ  বুকুৰে এইদৰে ছাত্ৰ-ছাত্ৰীসকলে বিপদ সংকুলভাৱে ৩২ টা বছৰে পাৰ হৈ থকাৰ পিছতো দৃষ্টি পৰা নাই জনপ্ৰতিনিধিৰ। সেইদৰে পাৰ হৈ যোৱা চৰকাৰ সমূহৰ লগতে বৰ্তমানৰ চৰকাৰখনৰো।

নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অতিকে ভিতৰুৱা এলেকাৰ এই বিদ্যালয়খন ১৯৯০ চনত স্থাপিত হৈছিল। বিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ ছাত্ৰ -ছাত্ৰী সকলে এখন ভৰা নৈৰ বুকুৰে নাঁৱৰে বিপদ সংকুলভাৱে পাৰ হ’ব লগা হয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৰাইজে ইয়াত এখন দলং নিৰ্মানৰ বাবে দাবী জনাইছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ পৰা ছয়বাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা প্ৰফুল্ল কুমাৰ মহন্তই ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।

লগতে পঢ়ক: প্ৰয়াত ভ্ৰাম্যমাণৰ জনপ্ৰিয় বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস; শোকস্তব্ধ সাংস্কৃতিক জগত

আনহাতে, বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে এইঠাইত এখন ফুটব্ৰীজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনো কাম বৰ্তমানলৈকে চকুত নপৰাত ৰাইজ হতাশগ্ৰস্ত হৈ পৰিছে।

Recent News

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd