• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উন্নয়নৰ ফোপোলা স্বৰূপ; পিঠিত কিতাপৰ বেগ লৈ বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ কণকণ ছাত্ৰ-ছাত্ৰী

দ্বীপেন শইকীয়া, নগাঁও by দ্বীপেন শইকীয়া, নগাঁও
January 22, 2023 2:43 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজাক কণকণ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা ৷ পিঠিত কিতাপৰ বেগ বোজাই লৈ এডাল বাঁহৰ সাঁকোৰে খুপি খুপি পঢ়াশালিলৈ বুলি বাট বুলিছে প্ৰায় শতাধিক ছাত্ৰ- ছাত্ৰী। এনেদৰেই ৰাজ্যত চলি থকা গুণোৎসৱৰ মাজতেই ছাত্ৰ-ছাত্ৰী পঢ়াশালিলৈ অহা দেখা গৈছে নগাঁও জিলাৰ কামপুৰৰ তেঁতেলীসৰাত।

উল্লেখ্য যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কী অমৃত মহোৎসৱৰ ধুমধামৰে উদযাপনৰ সময়ত কামপুৰৰ ললিত নাথ মধ্য ইংৰাজী বিদ্যালয়লৈ আজিও ছাত্ৰ-ছাত্ৰী আহে এডাল বাঁহৰ সাঁকোৰে।

Apply Now

৩২ বছৰে বাৰিষা এখন টুলুঙা  নাৱঁত আৰু খৰালি  ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহে বাঁহৰ সাঁকোৰে।নিশাৰী নৈৰ  বুকুৰে এইদৰে ছাত্ৰ-ছাত্ৰীসকলে বিপদ সংকুলভাৱে ৩২ টা বছৰে পাৰ হৈ থকাৰ পিছতো দৃষ্টি পৰা নাই জনপ্ৰতিনিধিৰ। সেইদৰে পাৰ হৈ যোৱা চৰকাৰ সমূহৰ লগতে বৰ্তমানৰ চৰকাৰখনৰো।

নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অতিকে ভিতৰুৱা এলেকাৰ এই বিদ্যালয়খন ১৯৯০ চনত স্থাপিত হৈছিল। বিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ ছাত্ৰ -ছাত্ৰী সকলে এখন ভৰা নৈৰ বুকুৰে নাঁৱৰে বিপদ সংকুলভাৱে পাৰ হ’ব লগা হয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৰাইজে ইয়াত এখন দলং নিৰ্মানৰ বাবে দাবী জনাইছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ পৰা ছয়বাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা প্ৰফুল্ল কুমাৰ মহন্তই ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।

লগতে পঢ়ক: প্ৰয়াত ভ্ৰাম্যমাণৰ জনপ্ৰিয় বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস; শোকস্তব্ধ সাংস্কৃতিক জগত

আনহাতে, বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে এইঠাইত এখন ফুটব্ৰীজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনো কাম বৰ্তমানলৈকে চকুত নপৰাত ৰাইজ হতাশগ্ৰস্ত হৈ পৰিছে।

দ্বীপেন শইকীয়া, নগাঁও

দ্বীপেন শইকীয়া, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd