• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহি আছে ভয়ংকৰ সৌৰ ধুমূহা! বিধ্বস্ত হ’ব পাৰে বিশ্বৰ ইন্টাৰনেট যোগাযোগ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2021 8:09 pm
solar storm
258
VIEWS
Share on FacebookShare on Twitter

এক ভয়ংকৰ সৌৰ ধুমুহা আহি আছে। ইয়াৰ ফলত গোটেই বিশ্বৰ ইন্টাৰনেট যোগাযোগ ব্যৱস্থা বিধ্বস্ত হৈ পৰিব পাৰে। এইটো কেই সপ্তাহ বা কেইবামাহৰ বাবেও ঘটিব পাৰে।

বিজ্ঞানৰ পৰিভাষাত যাক কোৱা হয় কৰ’নাল মাছ ইজেকশ্যন(চিএমই)। ই সমগ্ৰ সৌৰমণ্ডলৰ বাবেই বিপজ্জনক হৈ উঠিব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰভিনে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ শেহতীয়া এক গৱেষণাত এই আশংকা পোহৰলৈ আহিছে। এই গৱেষণা পত্ৰ যোৱা মঙলবাৰে অনলাইনত প্ৰকাশ পাইছে।

গৱেষকসকলৰ মতে এইবাৰ আহিবলগীয়া সৌৰ ধুমুহাটোৰ দৰে সৌৰধুমুহা ইয়াৰ পূৰ্বে ১৮৫৯ আৰু ১৯২১চনত আহিছিল। অৰ্থাৎ ১০০ বছৰ পাছত পৃথিৱী পুনৰ এক ভয়ংকৰ সৌৰ ধুমুহাৰ সন্মুখীন হ’বলৈ আগবাঢ়িছে।

গৱেষকসকলে জানিবলৈ দিয়া মতে এনেকুৱা ভয়ংকৰ সৌৰ ধুমুহা পৃথিৱীৰ ওপৰত দানৱৰ দৰে সৰি পৰাৰ ঘটনা প্ৰতিটো দশকতে ১.৬শতাংশৰ পৰা ১২ শতাংশ থাকে। এইবাৰ তেনেকুৱা এক সৌৰ ধুমুহাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি।

জানিব পৰা মতে, ১৮৫৯ বা ১৯২১চনৰ দৰে ইমান তীব্ৰ নহ’লেও ১৯৮৯চনৰ মাৰ্চত যি সৌৰ ধুমুহা পৃথিৱীৰ পিনে খহি আহিছিল তাৰ ফলত কানাডাৰ সমগ্ৰ কুইবেক প্ৰদেশ একেৰাহে ৯ঘন্টা আন্ধাৰত ডুব গৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd