• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জীৱন্ত আগ্নেয়গিৰি কেতিয়া ঘটিব উদগীৰণ?; উদগীৰণ হোৱাৰ পূৰ্বেই সম্ভেদ দিব এক বিশেষ ড্ৰোণে!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2020 5:39 pm
DUmwv56byACpKMSjAPVoCK
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বত এতিয়াও প্ৰায় ৩০০ জীৱন্ত আগ্নেয়গিৰি আছে। এই ৩০০ৰো অধিক জীৱন্ত আগ্নেয়গিৰি কেতিয়া উদগীৰণ ঘটিব তাৰ আগজননী পোৱাটো বা ইয়াৰ আগতীয়া নজৰদাৰিত্ব কৰাতো অসম্ভৱপ্ৰায় কাম।

আনকি আগ্নেয়গিৰি উদগীৰণৰ সময়ত নিৰ্গত গেছ বা গেদীয় ভাৱমণ্ডলে সেই মুহূৰ্ত বা তাৰ পৰৱৰ্তী পৰ্যায়ত কেনে ক্ষতিকৰ প্ৰভাৱ পেলাব অথবা আগ্নেয়গিৰি সমীপৰৱৰ্তী কিমান এলেকাক কিমান ক্ষতি কৰিব তাৰো আগতীয়া নিৰূপণ কৰা সম্ভৱ নহয়।

কিন্তু এই অসম্ভৱপ্ৰায় কামটোকে সম্ভৱৰ কৰি তুলিবলৈ সাজু হৈছে বৈজ্ঞানিকসকল।

প্ৰকাশিত এক প্ৰতিবেদনৰ খবৰৰ মতে এতিয়াৰ পৰা এই সকলোবোৰ সম্ভেদ আগতীয়ালৈকে পাবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে বিজ্ঞানীসকলে।

এক বিশেষভাৱে নিৰ্মিত ড্ৰোণে এতিয়াৰ পৰা আগ্নেয়গিৰি উদগীৰণৰ পূৰ্বে এই সকলোবোৰ সম্ভেদ দিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰা হৈছে প্ৰতিবেদনখনত।

ইতমিধ্যে বিশেষভাৱে নিৰ্মিত এই ড্ৰোণে পৰীক্ষা নিৰীক্ষাত সফল হৈছে বুলিও দাবী কৰা হৈছে।

ইফালে আচৰতি যেন লাগিলেও হ’লেও বৰ্তমান জীৱন্ত আগ্নেয়গিৰি ওপৰত বিজ্ঞানীসকলে এই বিশষ ড্ৰোণ ব্যৱহাৰ কৰি গৱেষণা কৰি আছে। এই অধ্যয়ন তথা গৱেষণাৰ দ্বাৰা দাবী কৰা হৈছে যে বিশেষভাৱে নিৰ্মিত ড্ৰোণবিধে উদগীৰণ হোৱাৰ পূৰ্বে আগ্নেয়গিৰিটোৰ তথ্য প্ৰেৰণ কৰিব পাৰিব।

যাৰ ফলত উদগীৰণৰ পৰৱৰ্তী সময়ত ক্ষয় ক্ষতি সম্পৰ্কে আগতীয়া সমীক্ষাৰে ক্ষতিৰ পৰিমাণ নিৰূপণ কৰিব পাৰিব বুলি প্ৰকাশ কৰা হৈছে প্ৰতিবেদনখনত।

পাপুৱা নিউ গিনিৰ উপকূলৱৰ্তী অঞ্চলৰ পৰা ১০ কিলোমিটাৰ নিলগৰ এক দ্বীপত অৱস্থিত মানাম মোটু জীৱন্ত আগ্নেয়গিৰিত এই ধৰণৰ ড্ৰোণ ব্যৱহাৰ কৰি অধ্যনয় কৰা হৈছিল।

ইফালে ছায়েন্স এলাৰ্টক ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ভ’লকেন’লজিষ্ট এমে লিউৱে কয় যে মানামক বিতংভাৱে অধ্যয়ন কৰা হোৱা নাই যদিও তেওঁলোকে ছেটেলাইট তথ্যৰ পৰা দেখা পোৱা গৈছিল যে ই শক্তিশালী নিৰ্গমণ প্ৰস্তুত কৰাৰ সম্ভেদ দিব পাৰিছে।

নিউ মেক্সিকো বিশ্ববিদ্যালয়ৰ পৰা থকা জিঅ’কেমিষ্ট টোবাইচ ফ্রীছ্ৰে কয় যে তেওঁলোকে এই অতি বৃহৎ কাৰ্বন ডাই অক্সাইডৰ পৰা কাৰ্বন নিৰ্গমনৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছে।

আগ্নেয়গিৰিটো অৱস্থিত দ্বীপটোত প্ৰায় ৯ হাজাৰ লোকক বসবাস কৰে। আগ্নেয়গিৰিটো ড্ৰোণটো পৰীক্ষা নিৰীক্ষা কৰি সফল হোৱা বুলি বিজ্ঞানীসকলে দাবী কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০১৮ আৰু ২০১৯ চনৰ মে’ মাহত দুটা পৃথক ড্ৰোণৰ সহায়ত এই আগ্নেয়গিৰিটো পৰীক্ষা কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd