• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত; ১২০০ বাহনৰ কনভয় লৈ কংগ্ৰেছলৈ উভতিল হেভিৱেট নেতা (ভিডিঅ’ চাওক)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2023 3:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত। জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ বুলি পৰিচিত সমন্দৰ পেটেলে ১২০০খন বাহনৰ কনভয় লৈ কংগ্ৰেছত যোগদান কৰিছে। শতাধিক কৰ্মীৰ সৈতে কংগ্ৰেছত যোগদান কৰে নীমুচৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যকৰী সমিতিৰ সদস্য তথা সিন্ধিয়া সমৰ্থক সমন্দৰ পেটেলে।

কংগ্ৰেছত যোগদান কৰাৰ পিছত পেটেলে কয় যে তেওঁ সিন্ধিয়াৰ সৈতে বিজেপিলৈ গৈছিল যদিও তাত তেওঁৰ যেন উশাহ বন্ধ হৈ পৰিছিল। ‘মোৰ গোটেই পৰিয়ালটো খাটি কংগ্ৰেছ। মোৰ গোটেই জীৱনটো কেৱল কংগ্ৰেছতে পাৰ হৈ গ’ল। আকৌ মোৰ পুৰণি ঘৰলৈ ঘূৰি আহি মই বৰ সকাহ পাইছো’। পেটেলৰ লগতে বহু কৰ্মী সমৰ্থকে শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰে।

লগতে পঢ়ক: ‘আমেথিৰ পৰাই ২০২৪-ত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে’; বাৰাণসীত মোডীৰ বিৰুদ্ধে প্ৰিয়ংকা?

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ বাবে প্ৰত্যহ্বানৰ সৃষ্টি কৰি বিজেপিৰ বিধায়কজনে সমৰ্থক নেতাৰ সৈতে ১২০০খন বাহনৰ কনভয়ত কংগ্ৰেছত যোগদান কৰে।  কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ হাত ধৰি বিজেপিত যোগদান কৰা তেওঁৰ ঘনিষ্ঠ সমৰ্থক সমন্দৰ পেটেলে কালি কংগ্ৰেছত যোগদান কৰে। ১২০০খন বাহনৰ কনভয়ত শ শ সমৰ্থক লৈ ভূপাললৈ আহি তেওঁ কংগ্ৰেছত যোগদান কৰে। তেওঁ দলত যি সন্মান লাভ কৰিব লাগিছিল, সেই সন্মান নাপালে বুলিও কয়। সেয়ে তেওঁ পুনৰ কংগ্ৰেছত যোগদান কৰিছে।

মধ্যপ্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগ লাগি বিজেপিত যোগদান কৰি কংগ্ৰেছৰ কমল নাথ চৰকাৰ উফৰাই দিয়া বিধায়ক সমন্দৰ পেটেলে পুনৰ কংগ্ৰেছত যোগদান কৰিছে। নিজৰ পুৰণি দললৈ উভতি আহি সমন্দৰ পেটেলে কয় যে ভাৰতীয় জনতা পাৰ্টিত তেওঁৰ “উশাহ বন্ধ হৈ যোৱা পৰিস্থিতি” হৈছিল।

লগতে পঢ়ক: যুদ্ধৰ ভাবুকি! আমেৰিকাৰে হলিগলি কৰা টাইৱানক কেন্দ্ৰ কৰি চীনৰ বৃহৎ সামৰিক অনুশীলন

বিগত তিনিমাহত একেধৰণৰ শক্তি প্ৰদৰ্শনেৰে তিনিজন সিন্ধিয়া সমৰ্থকে কংগ্ৰেছত যোগদান কৰে। যোৱা ১৪ জুনত শিৱপুৰী বিজেপি নেতা বৈজনাথ সিং যাদৱে সিন্ধিয়াৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰি ৭০০খন বাহনৰ কনভয় লৈ কংগ্ৰেছত যোগদান কৰিছিল। আনহাতে, ২৬ জুনত শিৱপুৰীৰ প্ৰাক্তন উপ-সভাপতি ৰাকেশ কুমাৰ গুপ্তাইও গাড়ীৰ কভয় লৈ কংগ্ৰেছত যোগদান কৰে।

যোগদানৰ পিছত সমন্দৰ পেটেলে কয়, ‘মই সিন্ধিয়াৰ হাতত ধৰি দলৰ পৰা ওলাই আহিছিলোঁ, কিন্তু বিজেপিৰ ওচৰলৈ গৈ নিজে শ্বাসৰুদ্ধকৰ পৰিস্থিতিত পৰিলোঁ। মোক কোনো অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল আৰু মোক প্ৰাপ্য সন্মানো দিয়া হোৱা নাছিল”।

Massive boost for Congress and set back for BJP in Madhya Pradesh as close Scindia confidante Sh. Samandar Patel on the way to Bhopal to join congress party.

Sh. Patel alongwith his 5000 supporters are coming from over 1200 vehicles to show his strength and join congress. pic.twitter.com/2lezg0Vnxg

— Anshuman Sail Nehru (@AnshumanSail) August 18, 2023

ইয়াৰ সৈতে দ্বিতীয় বাৰৰ বাবে দলত যোগদান কৰিছে সমন্দৰ পেটেলে। ২০১৮ চনত তেওঁ টিকট নোপোৱাৰ বাবে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ভাঙিছিল। সেইবাৰ নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। ইয়াৰ পিছত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কংগ্ৰেছত যোগদান কৰে। কিন্তু ২০২০ চনৰ মাৰ্চ মাহত যেতিয়া সিন্ধিয়াই কংগ্ৰেছৰ সৈতে বিদ্ৰোহ কৰিছিল তেতিয়া সমন্দৰ পেটেলেও তেওঁক সমৰ্থন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd