• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধৰ ভাবুকি! আমেৰিকাৰে হলিগলি কৰা টাইৱানক কেন্দ্ৰ কৰি চীনৰ বৃহৎ সামৰিক অনুশীলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2023 1:43 pm
ফাইল ফটো: সংগ্ৰহীত।

ফাইল ফটো: সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে টাইৱানৰ আশে-পাশে বৃহৎ সামৰিক অনুশীলন আৰম্ভ কৰিছে। শেহতীয়াকৈ টাইৱানৰ উপ-ৰাষ্ট্ৰপতি উইলিয়াম লাই আমেৰিকা ভ্ৰমণত গৈছে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে চীন। তাৰ পিছতে দেশখনে টাইৱানৰ আশে-পাশে এনে সামৰিক অনুশীলন আৰম্ভ কৰিছে।

এক বিবৃতিত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিৰ ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে টাইৱানৰ আশে-পাশে যৌথ নৌ আৰু বিমান পথেৰে সামৰিক অনুশীলন আৰম্ভ কৰা বুলি সদৰী কৰিছে। আকাশ আৰু সাগৰীয় পথত নিয়ন্ত্ৰণ সাৱ্যস্ত কৰিবলৈ আৰু যুদ্ধৰ ক্ষমতা পৰীক্ষা কৰিবলৈ চীনে এই সামৰিক অনুশীলন চলাইছে।

লগতে পঢ়ক: যাৰ প্ৰেমত চুম্বকৰ দৰে আকৰ্ষিত হয় নাৰী! ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল ৰূপাৰ্ট মাৰ্ডক!

Apply Now

ইষ্টাৰ্ণ কমাণ্ডৰ এগৰাকী মুখপাত্ৰই চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াক জনাইছে যে যুদ্ধৰ সময়ত সশস্ত্ৰ বাহিনীৰ সামৰ্থ্য পৰীক্ষাৰ বাবে এইটো পৰীক্ষা। এই অনুশীলন টাইৱানৰ স্বাধীনতাৰ বিচ্ছিন্নতাবাদী আৰু বিদেশী উপাদান আৰু তেওঁলোকৰ প্ৰৰোচনাৰ বাবে এক কঠোৰ সতৰ্কবাণী।

চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ ফুটেজত চীনৰ সৈন্য, যুদ্ধ বিমান আৰু জাহাজ এই অনুশীলনত অংশগ্ৰহণ কৰা দেখা গৈছে। এই অভিযানত ক্ষেপণাস্ত্ৰ সজ্জিত জাহাজ, যুদ্ধ বিমানে অংশ লৈ টাইৱানৰ আশে-পাশে অনুশীলন চলাই আছে বুলি জানিবলৈ দিছে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ মাধ্যম চিচিটিভিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm
অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

August 8, 2026 5:04 pm
পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

August 8, 2026 4:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm
অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd