• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিমাখিত শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে কাঠ-বাঁহকে আদি কৰি পেলনীয়া সামগ্ৰীৰে সৃষ্ট ভাস্কৰ্যই

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
September 9, 2020 3:06 pm
IMG-20200902-WA0022(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ এজন শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ, কাঠ আৰু পেলনীয়া নানা ধৰণৰ সামগ্ৰীৰে তৈয়াৰ কৰা নানা ধৰণৰ ভাস্কৰ্য শিল্পই।

কলিয়াবৰৰ মাজ পূৱথৰীয়া গাঁৱৰ নিত্যানন্দ বৰুৱা নামৰ এইজন ভাস্কৰ্য শিল্পীয়ে বাঁহ, কাঠ, নাৰিকলৰ খোলাকে ধৰি বিভিন্ন পেলনীয়া বস্তুৰে বিভিন্ন ধৰণৰ ভাস্কৰ্য শিল্প তৈয়াৰ কৰি বৰ্তমান ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী শিক্ষক নিত্যানন্দ বৰুৱাই তেওঁৰ পিতৃ স্বগীয় গংগাধৰ বৰুৱাৰ পৰা পোৱা প্ৰাৰম্ভিক শিক্ষা তথা পিতৃৰ আশীৰ্বাদ আৰু প্ৰেৰণা লাভ কৰি সৰু কালৰে পৰা দুই এটাকৈ ভাস্কৰ্য নিৰ্মাণ কৰি বৰ্তমান এজন ভাস্কৰ্য শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান তেওঁৰ হাতৰ পৰশত বাঁহ আৰু কাঠৰে নিৰ্মাণ কৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ এক আৰ্হি প্ৰস্তুত কৰাৰ লগতে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ অন্যতম শ্ৰেষ্ঠ আকৰ্ষণ ঢুলীয়া আৰু নাচনী প্ৰস্তুত কৰি উলিয়াইছে।

ইয়াৰ উপৰি বিভিন্ন ধৰণৰ চৰাই, ফুল দানী, এশিঙীয়া গঁড়ৰ লগতে বৰ্তমান হনুমান আৰু ৰামৰ মূৰ্ত্তি কাঠ আৰু বাঁহৰে নিৰ্মাণ কৰি আছে এইজন শিল্পীয়ে।

অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত হৈ প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্তি প্ৰস্তুত কৰি এতিয়া নিজ হাতেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰদ্ধা জনাবলৈ বহুত আশাৰে বাট চাই ৰৈছে শিল্পী গৰাকীয়ে।

ইয়াৰোপৰি নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলক এই শিল্পকলাৰ শিক্ষা প্ৰদান কৰা লগতে এই শিল্পবিধৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তথা আধ্যাত্মিক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ৰাম আৰু হনুমানৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে বুলিও জানিবলৈ দিয়ে শিল্পী গৰাকীয়ে।

যদিহে নৱপ্ৰজন্মই এই শিল্প বিধৰ প্ৰতি আকৰ্ষিত হয় তেনেহ’লে অনাগত দিনত নৱপ্ৰজন্মৰ বাবে এই ভাস্কৰ্য শিল্পৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব শিল্পী গৰাকীয়ে।

ৰিদীপ শৰ্মা

ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd