• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিখৌত গাড়ীসহ ডুব যোৱা দুৰ্ভগীয়া পৰিয়ালটোক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ-এন ডি আৰ এফৰ অভিযান

NE NOW NEWS এন ই নাও নিউজ
শিৱসাগৰ , September 2, 2018 1:10 pm

1 min read

দিখৌত গাড়ীসহ ডুব যোৱা দুৰ্ভগীয়া পৰিয়ালটোক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ-এন ডি আৰ এফৰ অভিযান
90
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ দিখৌমুখ ন-দিছিয়ালত দিখৌ নৈত শনিবাৰে সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গাড়ীসহ ডুব যোৱা একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যক উদ্ধাৰৰ বাবে পুনৰ আজি অভিযান চলে।

আজি পুৱা ৯ বজাৰ পৰা দুৰ্ভগীয়া পৰিয়ালটো উদ্ধাৰৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে অভিযান আৰম্ভ কৰে।

আনহাতে স্থানীয় ৰাইজে পৰিয়ালটোৰ সদস্যকেইজনক উদ্ধাৰৰ ক্ষেত্ৰত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে চূড়ান্ত অৱহেলা কৰাৰ অভিযো উত্থাপন কৰিছে।

স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে শনিবাৰে নিশা সন্ধিয়া ৬-৩০ বজাতে দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটোক উদ্ধাৰৰ বাবে নিশা ১২ বজালৈকে পানীত নামিবলৈ সক্ষম নহ’ল। আনকি দলটোৱে লগত লৈ আহিছিল বিকল নাও।

পিছত নিশা পলমকৈ কিছু সময়ৰ বাবে উদ্ধাৰৰ বাবে অভিযান চলাইছিল যদিও নিশা বৰষুণ হোৱাৰ বাবে অভিযান স্থগিত ৰাখিব লগা হয়। ইফালে আজি পুৱা ৮ বজাৰ পৰা উদ্ধাৰ অভিযান চলোৱাৰ কথা আছিল যদিও ৯ বজাৰ পৰাহে উদ্ধাৰ অভিযনা আৰম্ভ কৰে।  ফলত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

উল্লেখযোগ্য যে শনিবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ হৰেন বৰা (৫২ বছৰীয়া)ৰ পত্নী ফুনু বৰা (৪৮), জী চিম্পী বৰা (২১) আৰু মুনমী বৰা আৰু মাতৃ পণৌ বৰা (৮৬ বছৰীয়া) পতিত হৈছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd