DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনলাইন প্ৰপত্ৰ পূৰণৰ সবিশেষ জানক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2019 1:12 pm
SEBA

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

2.4k
VIEWS
Share on FacebookShare on Twitter

ছেবাই আগন্তুক বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে।

ছেবাই জাৰি কৰা জাননী অনুসৰি ১৪ অক্টোবৰৰ পৰা অনলাইন প্ৰপত্ৰ পূৰণ আৰম্ভ হ’ব।

৯ নৱেম্বৰ, ২০১৯ হ’ব প্ৰপত্ৰ পূৰণৰ অন্তিম দিন।

চালান কটাৰ অন্তিম তাৰিখ ১১ নৱেম্বৰ, ২০১৯ বুলি জাননীটোত ছেবাই প্ৰকাশ কৰিছে।

আনহাতে, বেংকত টকা জমা দিয়াৰ অন্তিম তাৰিখ হৈছে ১৩ নৱেম্বৰ, ২০১৯।

প্ৰপত্ৰ পূৰণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাৱলী ছেবাৰ অনলাইন পোৰ্টেলত উপলব্ধ হ’ব।

উল্লেখযোগ্য যে, এতিয়ালৈ ছেবাৰ তৰফৰ পৰা ২০২০ বৰ্ষৰ অসম হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা তাৰিখ আৰু সূচী ঘোষণা কৰা নায়।

২০১৯ চনত ৩,৪২,৭০২ গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ৯,৪৪১ গৰাকী শিক্ষাৰ্থীয়ে হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

Recent News

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd