DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

EDUAID-ৰ জৰিয়তে দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ছেবাৰ বিশেষ অনলাইন পাঠ্যক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2020 7:19 pm
HSLC-Exam.-File-photo-768x503-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5.4k
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ লগতে বিদ্যালয়-মহাবিদ্যালয় সমূহ বন্ধ থকাৰ পাছত সম্প্ৰতি দেশৰ লগতে ৰাজ্যৰ শিক্ষাৰ্থী সকল সমস্যাত পৰা দেখা গৈছে।

অসমৰ সম্প্ৰতি ‘ল’কডাউনৰ’ সময়চোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) SIQES EDUAID LLP-ৰ জৰিয়তে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ অসমীয়া, ইংৰাজী আৰু বড়োভাষাত মাৰ্চ আৰু এপ্ৰিল মাহৰ পাঠ্যক্ৰমসমূহ EDUAID নামৰ YouTube চেনেলটোৰ জৰিয়তে প্ৰণয়ন কৰাৰ ব্যৱস্থা কৰিছে।

উল্লেখযোগ্য যে, বিগত ২৫ মাৰ্চ তাৰিখৰ পৰাই চেনেলটোত পাঠ্যক্ৰমসমূহৰ ভিডিঅ’ সংস্কৰণ উপলব্ধ কৰা হৈছে।

সপ্তাহৰ প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ বিয়লি ৫ বজাৰ পৰা ৬ বজালৈ EduAid-ৰ YouTube ৰ চেনেলত উপলব্ধ হ’ব এই শ্ৰেণীসমূহ।

ইচ্ছুক শিক্ষাৰ্থী সকলে ৯৪৭৭৯৯৪৭৭৯-নম্বৰত ‘SEBA’ টাইপ কৰি এটা হোৱাটছ এপ বাৰ্তা প্ৰেৰণ কৰি চেনেলটোৰ পোনপটীয়া লাভ কৰিব পাৰিব।

দেশৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানেও ল’কডাউনৰ প্ৰতি লক্ষ্য ৰাখি ই-পাঠদানৰ ব্যৱস্থা হাতত লোৱা দেখা গৈছে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd