DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 30, 2021 10:57 am
seba
251
VIEWS
Share on FacebookShare on Twitter

বহু চৰ্চিত ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে।

কোভিড পৰিস্থিতিৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীয়ে পূৰ্বৰ কেতবোৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু তাৰ ভিত্তিতে আজি এই ফলাফল ঘোষণা কৰা হয়।

ছেবাৰ অধীনত থকা মুঠ ৭,৩০১ খন বিদ্যালয়ত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,২৬,৫৫গৰাকী। ইয়াৰে ১,৯৭,৬৫৫ গৰাকী ছাত্ৰ আৰু ২,২৮,৯৮৮ গৰাকী ছাত্ৰী।

ফলাফল অনুসৰি সৰ্বমুঠ উত্তীৰ্ণ ৩,৯৭,১৩২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ হৈছে  ৯৩.১০ শতাংশ।

ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮,৫২১ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৬০,২৯৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

এইবাৰ মুঠ ডিষ্টিংশ্যন লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১০,৩৪৮ গৰাকী আৰু মুঠ ষ্টাৰমাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২০,০৯২ গৰাকী।

শিক্ষাৰ্থীসকলে Google play store লৈ গৈ “ SEBA Results 2021” এপ ডাউনলোড কৰি ৰিজাল্ট লাভ কৰিব পাৰিব।

নতুবা sebaonline.org ৱেবচাইটতো ৰিজাল্ট উপলব্ধ হ’ব।

ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব পাৰিব।

কোনো অভিযোগ থাকিলে শিক্ষাৰ্থীয়ে সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে জিলা খনৰ অতিৰিক্ত উপায়ুক্ত(শিক্ষা)ক অভিযোগ দাখিল কৰিব পাৰিব।

বিদ্যালয় মূল্যায়ন সমিতিয়ে যুগুত কৰা পদ্ধতিৰ ফলাফলকলৈ যদি কোনো ছাত্ৰ-ছাত্ৰী সন্তুষ্ট নহয় তেন্তে বিশেষ পৰীক্ষাত বহিব পাৰিব।

এইক্ষেত্ৰত শিক্ষাৰ্থীসকলে সৰ্বমুঠ ৬ খন থিয়ৰিৰ পৰীক্ষাত বহিব লাগিব।আভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ ছেবাৰ হাতত পূৰ্বৰে পৰা থকা খিনিয়েই ধৰা হ’ব।

বিশেষ পৰীক্ষাত বহিব বিচৰাসকলে sebaonline.org ৱেবচাইটত অন-লাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। ছবোৰ অন লাইন পোৰ্টেল ৫ আগষ্টৰ পৰা ১২ আগষ্ট পৰ্যন্ত উপলব্ধ হ’ব। বিশেষ পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী সময়ত ছেবাই প্ৰকাশ কৰিব।

Recent News

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd