হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সোমবাৰে পুৱা ১০ বজাত ঘোষণা কৰা হ’ব। মাধ্যমিক শিক্ষা ব’ৰ্ড অসমৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাব ফলাফল।
শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে আজি টুইট যোগে কয়, “ছেবাই আজি ১০:০০ বজাত https://sebaonline.org ৰ জৰিয়তে মেট্ৰিক পৰীক্ষাৰ ২০২৩ৰ ফলাফল ঘোষণা কৰিব।”
তলত উল্লেখ কৰা ৱেবচাইটসমূহত গৈ চাব পাৰিব ফলাফল –
আজি ফলাফল ঘোষণা কৰাৰ কিছুদিন পিছত বিদ্যালয়ৰ জৰিয়তে মূল ফলাফলৰ মাৰ্কশ্বীট আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।