• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনলাইন যোগে মেট্ৰিক পৰীক্ষাৰ উত্তৰ বহীৰ ফটো ক’পি আৰু পুনৰীক্ষণৰ সুবিধা ছেবাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2019 6:25 pm
assam_board_result_app_0.png

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছেবাই বুধবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০১৯ বৰ্ষৰ ফলাফল ঘোষণা কৰাৰ পাছত পৰীক্ষাত নিজৰ ফলাফলক লৈ সন্তুষ্ট নহোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এইবাৰ অনলাইন আবেদনৰ যোগে নিজৰ উত্তৰ বহী পৰীক্ষা কৰাৰ সুবিধা প্ৰদান কৰিছে ছেবাই।

আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে ছেবাৰ অনলাইন প’ৰ্টেল http://sebaonline.org লৈ গৈ  “APPLY FOR RE-CHECKING OR PHOTOCOPY WITH RE-CHECKING OF ANSWER SCRIPTS” লিংকত ক্লিক কৰিব লাগিব। উত্তৰ বহী পুনৰীক্ষণৰ বাবে আবেদন পৰীক্ষাৰ ফলাফল ঘোষণাৰ ১২ দিনৰ ভিতৰত কৰিব লাগিব।

Apply Now

প্ৰতিটো বিষয়ৰ উত্তৰ বহী পুনৰীক্ষণ আবেদনৰ বাবে প্ৰতিখন বিষয়ৰ কৰাণে অনলাইন যোগে ৩৫০ টকা আদায় দিব লাগিব বুলি ছেবাই প্ৰকাশ কৰে।

আনহাতে, ছেবাৰ ফালৰ পৰা প্ৰকাশ কৰা মতে উত্তৰ বহী পুনৰীক্ষণ কৰা মানে পৰীক্ষাৰ উত্তৰ বহী পুনৰ মূল্যাংকন নহয়।

উত্তৰ বহী পুনৰীক্ষণৰ সময়ত মুঠ প্ৰাপ্ত নম্বৰ পুনৰ গণনা কৰিব পৰা যাব, নম্বৰ দিবলৈ পাহৰা প্ৰশ্নোত্তৰ, ভূলকৈ নম্বৰ দিয়া আদি দিশ বোৰ পৰ্যবেক্ষণ কৰিব পৰা যাব।

উত্তৰ বহী পুনৰীক্ষণৰ আবেদন কৰাৰ ৩০ দিনৰ ভিতৰত ছাত্ৰ অথবা ছাত্ৰীগৰাকীয়ে ন’টিফিকেশ্যন যোগে ইয়াৰ বিষয়ে ছেবাৰ তৰফৰ পৰা জনোৱা হ’ব বুলি উল্লেখ কৰা হৈছে। পৰৱৰ্তী সময়ত যদিহে মাৰ্ক শ্বিটত কিবা সলনি হয় প্ৰকৃত মাৰ্কশ্বিট জমা দি নতুন মাৰ্কশ্বিট নিব লাগিব।

আনহাতে, পৰীক্ষাৰ উত্তৰ বহী গুৰুত্বপূৰ্ণ তথ্য হোৱাৰ বাবে ই তথ্য জনাৰ অধিকাৰ আইন-২০০৫ৰ অন্তৰ্ভূক্ত নহয় যদিও ইয়াৰ ফটো ক’পিৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰী সকলে ইণ্টাৰনেটৰ মাধ্যমেৰে নিজৰ উত্তৰ বহী আৰু পুনৰীক্ষণ কৰাৰ পাছৰ উত্তৰ বহীৰ স্ক্যান ক’পি লাভ কৰিব পাৰিব।উত্তৰ বহীৰ ফটো ক’পি লাভ কৰিবলৈ হ’লে ৫৫০ টকা অনলাইন যোগে আদায় দিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd