DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিব্যাংগ সকলৰ বাবে প্ৰথমবাৰলৈ ছেবাৰ ব্ৰ্ৰেইলী প্ৰশ্ন কাকত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2019 7:26 pm
বাৰ্লি প্ৰশ্ন কাকত। ফটো সৌজন্য: স্কুপ.কো.এন জেড

বাৰ্লি প্ৰশ্ন কাকত। ফটো সৌজন্য: স্কুপ.কো.এন জেড

532
VIEWS
Share on FacebookShare on Twitter

দিব্যাংগ সকলৰ সহায়ৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে হাতত লৈছে বিশেষ ব্যৱস্থা। ১৪ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিব্যাংগ (দৃষ্টি শক্তিহীন)শিক্ষাৰ্থী সকলৰ বাবে আগবঢ়োৱা হ’ব ব্ৰ্ৰেইলী প্ৰশ্ন কাকত। আছাম ট্ৰিবিউনৰ সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে।

ছেবাই অতিশীঘ্ৰে দৃষ্টি শক্তিহীন পৰিক্ষাৰ্থীসকলে পৰীক্ষাত বহিবলগীয়া পাচটা পৰীক্ষা কেন্দ্ৰলৈ ব্ৰ্ৰেইলী প্ৰশ্ন কাকত প্ৰেৰণ কৰিব।পৰীক্ষাত অন্য লেখকৰ সহায় ল’বলগীয়া হোৱা দৃষ্টি শক্তিহীন পৰীক্ষাৰ্থী সকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই। চলিত বৰ্ষত ১৩ গৰাকী দৃষ্টি হীন পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব। এই শিক্ষাৰ্থী সকলক ব্ৰ্ৰেইলী প্ৰশ্ন কাকতৰ উপৰিও সাধাৰণ প্ৰশ্নকাকতো আগবঢ়োৱা হ’ব।

ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই উল্লেখ কৰে যে পৰিষদে সাধাৰণ প্ৰশ্নকাকতৰ ঠাইত ব্ৰ্ৰেইলী প্ৰশ্নকাকত প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ হঠাৎ পৰিবৰ্তন সাধন কৰিব বিচৰা নাই।  দৃষ্টি হীন পৰীক্ষাৰ্থীৰ অসুবিধাৰ বাবেহে তেওঁলোকৰ বাবে প্ৰযোজ্য হোৱাকৈ ব্ৰ্ৰেইলী প্ৰশ্ন কাকতৰ ব্যৱস্থা কৰা হৈছে বুলি শৰ্মাই  কয়। দৃষ্টি শক্তিহীন পৰিক্ষাৰ্থী সকলে লাভ কৰা অন্যান্য ধৰণৰ সুবিধা সমূহ যেনে নৱম শ্ৰেণীৰ ছাত্ৰই লেখাৰ ক্ষেত্ৰত সহায় কৰা আৰু অতিৰিক্ত এঘন্টা সময় লাভ কৰা সুবিধা সমূহ বাহাল থাকিব।

Recent News

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd