• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০১৯ শিক্ষা বৰ্ষৰ পৰা ছেবাৰ তিনিটা নতুন ঐচ্ছিক বিষয়ৰ সূচনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 29, 2018 3:42 pm

1 min read

b-2-570x320
88
VIEWS
Share on FacebookShare on Twitter

২০১৯ শিক্ষা বৰ্ষৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)অৰ্থাৎ ছেবাই ‘স্বাস্থ্যসেৱা’, ‘কৃষি আৰু উদ্যানশস্য’, ‘ব্যক্তিগত নিৰাপত্তা’ এই বিষয় তিনিটা ঐচ্ছিক বিষয় হিচাপে আৰম্ভ কৰিব।

আন আন ঐচ্ছিক বিষয়সমূহ হৈছে পৰ্যটন, হস্পিটেলিটী মেনেজমেণ্ট ২০২০ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰা হ’ব।

ছেবাৰ অধ্যক্ষ আৰচি জৈনে কৈছে যে এই বিষয়সমূহে ভবিষ্যতে ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰৰ অধিক বিকল্প প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীসকলে এই তিনিটা বি,য়ত পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা অৱতীৰ্ণ হ’ব পাৰিব। বিষয়সমূহৰ বাণিজ্যিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

টাইমছ অব ইণ্ডিয়াই তেওঁৰ বক্তব্যৰ আঁত ধৰি লিখিছে যে ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়কেইটাৰ পৰা তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব পাৰিব আৰু ভবিষ্যতৰ পেছা বাছনি কৰিব পাৰিব।

ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই কৈছে যে ২০১৯ শিক্ষা বৰ্ষৰ বাবে ৪.৩৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়নভুক্ত কৰিছে।

চলিত বৰ্ষত ৪.০৫ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱালৈ চাই এই বৃদ্ধিৰ সংখ্যা উল্লেখনীয়। এই সংখ্যা ২০২০ চনত ৪.৪৬ লাখ হ’ব বুলি আশা কৰা হৈছে বুলি পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে কৈছে।

Recent News

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd