• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শাৰদীয় দুৰ্গা পূজাৰ বতৰত হোজাই জিলাত অনিৰ্দিষ্ট সময়লৈ ১৪৪ ধাৰা জাৰি

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , October 4, 2019 8:16 pm

1 min read

Sec 144

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

357
VIEWS
Share on FacebookShare on Twitter

শাৰদীয় দুৰ্গা পূজাৰ সময়ত হোজাই জিলাত শান্তি, সম্প্ৰীতি বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলা প্ৰশাসনে শুকুৰবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে।

জিলা প্ৰশাসনে জা্ৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি মতে ১৪৪ ধাৰা অনুসৰি পূজা মণ্ডপৰ বাহিৰে অন্য ৰাজহুৱা স্থানত পাঁচগৰাকীতকৈ অধিক লোক গোট খোৱা, অনুমতি অবিহনে ৰাজহুৱা সভা অনুষ্ঠিত কৰা, প্ৰাণঘাতী অস্ত্ৰ কঢ়িওৱা, নিশা ১০ বজাৰ পাছত উচ্চ স্বৰৰ শব্দ যন্ত্ৰ বজোৱা আৰু ফটকা ফুটোৱা সম্পুৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে।

আনহাতে, ন্যায়িক অধিকাৰী, কাৰ্য্যবাহী মেজিষ্ট্ৰেট, আৰক্ষী কৰ্মী, সেনা আৰু অৰ্ধসেনা বাহিনী, চিকিৎসা কৰ্মী, বিবাহ কাৰ্য্যসূচী, চলচ্চিত্ৰ গৃহ, শিক্ষানুষ্ঠান, বজাৰ স্থান আৰু যিসকলে পূৰ্বে হোজাই জিলা প্ৰশাসনৰ পৰা অনুমতি গ্ৰহণ কৰে সেইসকলক এই আওঁতাৰ পৰা বাহিৰত ৰখা হৈছে।

জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি কৰা নিৰ্দেশ পৰৱৰ্তী জাননী নোলোৱালৈ বাহাল থাকিব বুলি জনাইছে হোজাই জিলা প্ৰশাসনে।

Recent News

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

traffic-fine

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd