• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী পূব আৰক্ষী জিলাত ১৪৪ ধাৰা জাৰি; অসমৰ আন বহু স্থানত জাৰি কৰাৰ সম্ভাৱনা

৫জনতকৈ অধিক লোক গোট খাব নোৱাৰিব; আন্দোলন, ধৰ্ণা, শ্ল'গান নিষিদ্ধ কৰা হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2019 4:26 pm
১৪৪ ধাৰা জাৰি

প্ৰতিনিধিত্বমূলক চিত্ৰ

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত গুৱাহাটী পূব আৰক্ষী জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

অৱশ্যে গুৱাহাটী পূব আৰক্ষী জিলাৰ আৰক্ষী উপায়ুক্তৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশটোত এন আৰ চিৰ সৈতে কোনো সম্পৰ্ক দেখুওৱা হোৱা নাই।

Apply Now

নিৰ্দেশটোত কোৱা হৈছে যে কোনো কোনো লোক বা লোকৰ গোট বা দল-সংগঠন, সংস্থাই গুৱাহাটী পূব আৰক্ষী জিলাৰ বিভিন্ন ঠাইত স্বাভাৱিক পৰিস্থিতি, যেনে- কাৰ্য্যালয় আদিৰ কাম-কাজ, জনসাধাৰণৰ আহ-যাহ, যানবাহনৰ চলাচল আদিত ব্যাঘাত কৰাৰ সম্ভাৱনাই দেখা দিছে।

…আৰু লগতে এই গোট, দল-সংগঠন, ব্যক্তি আদিয়ে আন্দোলন, ধৰ্ণা, শ্ল’গান দিয়াৰ শংকা উৎপন্ন হৈছে, যিবোৰে শান্তি বিঘ্নিত কৰিব পাৰে আৰু জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰিব পাৰে।

এইবোৰ নহ’বৰ বাবে আৰু শান্তিপূৰ্ণ জীৱনযাত্ৰা নিশ্চিত কৰিবৰ বাবে আগতীয়া প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে এই ধাৰা আৰোপ কৰা হৈছে।

এই আইনৰ অধীনত দিয়া নিৰ্দেশমতে, উক্ত গুৱাহাটী পূব আৰক্ষী জিলাত ৫জনতকৈ অধিক ব্যক্তি একেলগ হ’ব নোৱাৰিব, আন্দোলন, ধৰ্ণা, সমদল আৰু ধ্বনি দিয়া নিষিদ্ধ কৰা হৈছে। এই আৰক্ষী জিলাৰ অন্তৰ্গত হৈ আছে দিচপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাওঁ, সোণাপুৰ, আৰু ক্ষেত্ৰী আৰক্ষী থানাৰ অধীনত থকা অঞ্চলবোৰ।

এই নিৰ্দেশ ২৬ আগষ্ট, ২০১৯-ৰ পৰা কাৰ্য্যকৰী হ’ব বুলি নিৰ্দেশটোত কোৱা হৈছে। নিৰ্দেশটো ২৬ আগষ্টত স্বাক্ষৰিত।

অৱশ্যে এই নিৰ্দেশৰ দ্বাৰা ক্ষতিগ্ৰস্ত যিকোনো ব্যক্তিৰে গুৱাহাটী পূব আৰক্ষী জিলাৰ আৰক্ষী উপায়ুক্তৰ সন্মুখত লিখিত ৰূপত নিজৰ আপত্তি দাখিল কৰিবলৈ হক আছে, নিৰ্দেশটোত এইদৰে কোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd