• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাডাখ সীমান্ত ভ্ৰমণ কৰি ভাৰতৰ সেনা প্ৰধানৰ কপালত চিন্তাৰ বলিৰেখা

এক লাখ সেনাই দিনে-নিশাই ঘেৰি ৰাখিছে সীমান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2020 2:49 pm
mm-naravane
349
VIEWS
Share on FacebookShare on Twitter

চীন-ভাৰত সীমান্তত তীব্ৰ উত্তেজনা চলি থকাৰ সময়তে কালি দুদিনীয়া ভ্ৰমণ সূচীলৈ লাডাখলৈ যোৱা ভাৰতৰ সেনা প্ৰধান এম এম নাৰাভানেৰ মুখত দেখা গ’ল চিন্তাৰ চাপ।

সীমান্ত পৰিভ্ৰণণ কৰি নাৰাভানেই সাংবাদিকক কয় যে সীমান্তৰ পৰিস্থিতি মুঠেও ভাল নহয়।

চীনৰ সেনাৰ অৱস্থানৰ ইংগিত দি সেনা প্ৰধান গৰাকীয়ে কয় যে সীমান্তৰ সিপাৰৰ পৰা অহা যিকোনো ভাবুকি প্ৰতিহত কৰিব পৰাকৈ সেনাক সষ্টম হৈ থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

সীমান্তত  এতিয়া প্ৰায় ১ লাখ ভাৰতীয় সেনাই পহৰা দি আছে ।

সীমান্তৰে চীনে ভাৰতৰ ওপৰত জঁপিয়াই পৰে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে।

লাডাখ সীমান্তত চীনে পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ মজুত কৰা বুলিও  খবৰ পোৱা গৈছে।

ৰঙা চীনৰ সেনাই লাডাখত যুদ্ধ সদৃশ পৰিবেশ গঢ়ি তোলাৰ খবৰো এতিয়া আৰু গোপন হৈ থকা নাই।

এনে পৰিস্থিতিত চীনৰ আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ ভাৰতীয় সেনা কিমান সাজু তাৰেই খবৰ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ গৈছে ভাৰতীয় সেনাৰ মুৰব্বী এম এম নাৰাভানেই।

কালি  সেনা প্ৰধান গৰাকীয়ে লেহত গৈ উপস্থিত হৈছিল।

লেহত তেওঁ সেনাৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লয়।

উল্লেখ্য ১৫ জুনৰ দিনা লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই আক্ৰমণ চলাই ২০ জন ভাৰতীয় জোৱানৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত বিগত কিছুদিন ধৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছিল ।

এনে সময়তে শেহতীয়াকৈ পুনৰ দেশ দুখনৰ সেনাৰ মাজত সংঘৰ্ষ লগাৰ খবৰে বহুতকে উদ্বিগ্ন কৰি তুলিছে।

ভাৰতীয় সেনাৰ  মুখপাত্ৰ অমন আনন্দে প্ৰকাশ কৰিছিল যে  ২৯ আৰু ৩০ আগষ্টত চীনৰ সেনাই সীমান্ত ৰেখা উলংঘন কৰি লাডাখৰ পশ্চিম প্ৰান্তৰ পাংগং লেকৰ সমীপত ভূমি দখলৰ চেষ্টা চলায়।

চীনৰ সেনাৰ এনে কাৰ্যত ভাৰতীয় সেনাই বাধা দিয়াত দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd