• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰাপত্তা সংস্থাই উৰুৱাই দিলে পুলৱামাত উমৰৰ ঘৰ; দিল্লী বিস্ফোৰণ সংঘটিত কৰিছিল এই সন্ত্ৰাসবাদীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2025 9:48 am
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী বিস্ফোৰণ কাণ্ডত এক ডাঙৰ পদক্ষেপ। সন্ত্ৰাসবাদী উমৰ নবিৰ ঘৰটো আই ই ডি বিস্ফোৰণেৰে উৰুৱাই দিয়া হয়। এই সন্ত্ৰাসবাদীয়ে যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সন্মুখত এখন গাড়ী বিস্ফোৰণ ঘটাইছিল। প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে তেওঁ আত্মঘাতী আক্ৰমণ সংঘটিত কৰিছিল। তেওঁৰ ঘৰ আছিল জম্মু-কাশ্মীৰৰ পুলৱামাত। সেইটো উৰুৱাই দিলে নিৰাপত্তা সংস্থাই।

জানিব পৰা মতে, বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা শুকুৰবাৰে পুৱাৰ ভিতৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই এই ব্যৱস্থা গ্ৰহণ কৰে। প্ৰমাণ পোৱা গৈছে যে লালকিল্লাৰ সন্মুখত যিখন হুণ্ডাই i20 গাড়ীত বিস্ফোৰণ সংঘটিত হৈছিল, সেইখনত আছিল উমৰ। তেওঁৰ ডি এন এ মিলিছে। বৰ্তমানলৈকে এই বিস্ফোৰণত ১৩ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ২০জন। ডাঃ উমৰ-উন-নবী কাশ্মীৰৰ পুলৱামাৰ বাসিন্দা আৰু পেছাত চিকিৎসক আছিল।

Apply Now

এই যুৱকজনে আগতে কাশ্মীৰ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত ঘূৰি ফুৰিছিল। কিন্তু তেওঁৰ সহযোগী ডাঃ মুজাম্মিল শ্বাকিলক গ্ৰেপ্তাৰ কৰাত তেওঁৰ পৰিকল্পনা বিফল হয়। মুজাম্মিল আল-ফালাহ বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৩৬০ কেজি এমোনিয়াম নাইট্ৰেট। অনুমান কৰা হৈছে যে এই গ্ৰেপ্তাৰৰ পিছত উমৰে ​​আতংকিত হৈ বিস্ফোৰক ভৰ্তি গাড়ী এখন লৈ লালকিল্লাৰ সন্মুখত উপস্থিত হৈছিল।

সূত্ৰ অনুসৰি, উমৰ এজন অতি প্ৰতিভাশালী ছাত্ৰ আছিল যদিও বেছিভাগ সময়তে মনে মনে আছিল। ২০২১ চনত ড° শ্বাকিলৰ সৈতে তুৰস্কলৈ গৈছিল। তেতিয়াৰ পৰা তেওঁৰ মতাদৰ্শ সলনি হৈছে। সেই সময়ত তুৰস্কত নিষিদ্ধ জৈছ-ই-মহম্মদৰ কিছুমান নিম্নস্তৰৰ সদস্যৰ সংস্পৰ্শলৈ আহিছিল।

উভতি অহাৰ পিছত উমৰে ​​ক্ৰমান্বয়ে অস্ত্ৰ-শস্ত্ৰ আৰু বোমা নিৰ্মাণৰ সঁজুলি যেনে এমোনিয়াম নাইট্ৰেট, পটাছিয়াম নাইট্ৰেট, চালফাৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। তেওঁ সেইবোৰ আল-ফালাহ বিশ্ববিদ্যালয়ত লুকুৱাই ৰাখিছিল। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে উমৰে ​​গাড়ীত স্থাপন কৰিব পৰা বিস্ফোৰক নিৰ্মাণ কৰিছিল। অনলাইনত উপলব্ধ উৎসৰ পৰা কেনেকৈ বনাব পাৰি সেইটো শিকিছিল।

যোৱা ১০ নৱেম্বৰত ফৰিদাবাদ আৰক্ষীয়ে ২৯০০ কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰাৰ খবৰ পোহৰলৈ অহাৰ পিছতে উমৰ আতংকিত হৈ পৰা বুলি অনুমান কৰা হৈছে। তাৰ পিছত তেওঁ নিজৰ গাড়ীত উঠি ওলাই আহে। গাড়ীখনত আধা নিৰ্মিত বিস্ফোৰক সামগ্ৰী আছিল। লগতে ইয়াক সঠিকভাৱে ইনষ্টল কৰা হোৱা নাছিল বুলিও খবৰ পোৱা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd