• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সন্ত্ৰাসমুক্তৰ পণ! ২০২২ বৰ্ষত জম্মু-কাশ্মীৰত ৯৩ টা এনকাউণ্টাৰত নিহত ১৭২ সন্ত্ৰাসবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2022 6:18 pm
172 terrorists killed in Kashmir in 2022
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূ-স্বৰ্গ খ্যাত জম্মু-কাশ্মীৰক সন্ত্ৰাসবাদ মুক্ত কৰি তোলাৰ পণ লৈছে গৃহ মন্ত্ৰালয়ে। গৃহ মন্ত্ৰালয়ৰ এই লক্ষ্যক ৰূপায়িত কৰাৰ বাবে উপত্যটোত কঠোৰ হৈ পৰিছে নিৰাপত্তা বাহিনী। সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে এই বৰ্ষত জম্মু-কাশ্মীৰত নিৰবিচ্ছিন্ন ৰূপত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলায় নিৰাপত্তা বাহিনীয়ে।

আজি চলিত বৰ্ষৰ শেষৰ দিনটোত জম্মু-কাশ্মীৰ আৰক্ষীয়ে দাঙি ধৰিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই বৰ্ষত সফলতাৰ তথ্য। আৰক্ষীৰ তথ্য অনুসৰি ২০২২ বৰ্ষত কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত শান্তি নিশ্চিত কৰিবলৈ ৯৩ টা সফল এনকাউণ্টাৰ কৰি ৪২ বিদেশী সন্ত্ৰাসবাদীকে ধৰি মুঠ ১৭২ সন্ত্ৰাসবাদীক হত্যা কৰিছে।

Apply Now

কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে সদৰী কৰা মতে নিহত প্ৰায় ১০৮ সন্ত্ৰাসবাদী মূলতঃ লস্কৰ-ই-তৈবা আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)ৰ সদস্য আছিল। আনহাতে জইছ-ঈ-মহম্মদৰ ৩৫ গৰাকী, হিজবুল-মুজাহিদিনৰ ২২ গৰাকী, আল-বদৰৰ ৪ গৰাকী আৰু আনছাৰ গাজৱাত-উলৰ-হিন্দৰ ৩ গৰাকী সদস্য এই বৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় বুলি তেওঁ সদৰী কৰে।

আনহাতে আৰক্ষী বিষয়া গৰাকীৰ তথ্য মতে, এই বৰ্ষত সন্ত্ৰাসবাদী গোটত ১০০ সদস্যৰ নতুন নিযুক্তিৰ বাতৰি পোৱা গৈছিল। এই সংখ্যা যোৱা বছৰৰ তুলনাত ৩৭ শতাংশ হ্ৰাস পায় বুলি তেওঁ লগতে উল্লেখ কৰে। মুঠ নতুন নিযুক্তিৰ ভিতৰত ৬৫ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে, ১৭ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৮ গৰাকী এতিয়াও সক্ৰিয় হৈ আছে বুলি তেওঁ লগতে কয়।

উল্লেখ্য যে গৃহমন্ত্ৰী অমিত শ্বাহে চলিত সপ্তাহৰ আৰম্ভণিতে জম্মু-কাশ্মীৰৰ সাধাৰণ মানুহৰ মংগল সুনিশ্চিত কৰিবলৈ উপত্যকাটোত সন্ত্ৰাসবাদীক গতি প্ৰদান কৰা পৰিৱেশতন্ত্ৰ ভাঙি পেলোৱাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কঠোৰভাৱে মানি চলিবলৈও গৃহমন্ত্ৰী শ্বাহে বিষয়াসকলক নিৰ্দেশ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm
মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd