• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডত “অপাৰেচন ক্লাউডবাৰ্ষ্ট”ত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিলে নিৰাপত্তা বাহিনীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2024 10:25 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1k
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ মন জিলাত “অপাৰেচন ক্লাউডবাৰ্ষ্ট”ৰ সময়ত আছাম ৰাইফলছৰ এটা দলে এক বৃহৎ পৰিমানৰ অস্ত্ৰ আৰু যোগাযোগৰ সঁজুলি জব্দ কৰে।

উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এঘাৰটা ৮২ মিমি মৰ্টাৰ, চাৰিটা আৰ চি এল টিউব, বিভিন্ন আকৃতিৰ দহটা পিষ্টল আৰু ১৯৯টা ৰেডিঅ’ চেট আৰু চেটেলাইট ফোনসহ বহু সংখ্যক যোগাযোগ যন্ত্ৰ।

অভিযানৰ সময়ত দলটোৱে ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা এজন ব্যক্তিক আটক কৰে। অধিক তদন্তৰ বাবে তেওঁক আৰক্ষীক গতাই দিয়া হৈছে।

লগতে পঢ়কঃ কোভিশ্বিল্ড ভেকচিন লোৱাসকলৰ হ’ব পাৰে এই বিৰল ছাইড এফেক্ট; স্বীকাৰ কৰিলে এষ্ট্ৰাজেনেকাই

সূত্ৰই জনোৱা মতে, এইবোৰৰ উপৰিও এখন বলেৰো আৰু এখন কেনবো মটৰ চাইকেলো জব্দ কৰা হৈছে।

উল্লেখ্য যে কেনবো চীনৰ অটোমোবাইল ব্ৰেণ্ড আৰু ভাৰতত নিষিদ্ধ।

এই অস্ত্ৰ-শস্ত্ৰসমূহ সৰবৰাহৰ আঁৰৰ লোক বা গোটসমূহৰ সন্ধান উলিয়াবলৈ অধিক তদন্ত চলাই থকা হৈছে। 

Recent News

ছাংঘাই কৰপ’ৰেশ্যন অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত যৌথ বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

ছাংঘাই কৰপ’ৰেশ্যন অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত যৌথ বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd