DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Mukesh Ambani আক্ৰমণৰ আশংকা! মুকেশ আম্বানিৰ বাসভৱন এন্টিলিয়াত কটকটীয়া নিৰাপত্তা মুম্বাই আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2021 10:04 am
mukesh-ambanis-house-antilia
3.1k
VIEWS
Share on FacebookShare on Twitter

Mukesh Ambani দেশৰ আটাইতকৈ ধনী ঔদ্যোগপতি মুকেশ আম্বানিৰ বাসভৱনত পুনৰ আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে? হাতত ডাঙৰ বেগ লৈ অহা দুগৰাকী অচিনাক্ত ব্যক্তিয়ে আম্বানিৰ ঘৰৰ সন্ধান কৰিছিল। এজন টেক্সি চালকে ফোন কৰি মুম্বাই আৰক্ষীক এইকথা জনাইছিল।

মুম্বাই আৰক্ষীয়ে এই খৱৰ লাভ কৰাৰ পাছতেই ততাতয়াকৈ মুকেশ আম্বানিৰ বাসভৱন এন্টিলিয়াৰ নিৰাপত্তা ব্যাপক ৰূপত বঢ়াই তোলে।

আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তেওঁলোকলৈ অহা এটা ফোনত এজন টেক্সি চালকে জানিবলৈ দি কয় সোমবাৰে দুপৰীয়া তেওঁৰ ওচৰলৈ আহি দুজন অচিনাক্ত ব্যক্তিয়ে মুকেশ আম্বানিৰ বাসভৱনৰ ঠিকনা বিচাৰে।

টেক্সি চালকজনে জানিবলৈ দিয়ে যে ব্যক্তি দুজনৰ হাতত দুখন ডাঙৰ বেগ আছিল আৰু তেওঁলোকৰ আচৰণো সন্দেহজনক আছিল।

Also Read: Women Football ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে ভাল খৱৰ; দুভৰিৰ যাদুৰে বিশ্বজিনাৰ সপোন একাংশ যুৱতী-কিশোৰীৰ

টেক্সি চালকজনে লগে লগে ফোন কৰি আৰক্ষীক খৱৰ দিয়ে আৰু মুম্বাই আৰক্ষীয়েও লগে লগেই এন্টিলিয়াৰ নিৰাপত্তা কটকটীয় কৰি তোলাৰ লগতে চিচিটিভি ফুটেজ পৰীক্ষা কৰি চায়।

উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহত মুম্বাইৰ মুকেশ আম্বানিৰ বাসভৱন এন্টিলিয়াৰ সন্মুখত ৰৈ থকা এখন গাড়ীত ২০ টিন জিলেটিন ষ্টিক উদ্ধাৰ হৈছিল।

সেই ঘটনাৰ তদন্তত আৰক্ষী বিষয়া শচীন ওৱাজৰ নাম জড়িত হৈ পৰিছিল। মুম্বাই আৰক্ষীয়ে তাৰ পাছতে তেওঁক চাকৰিৰ পৰা অপসাৰণ কৰে।

Also Read: Mega Vaccination Drive গোলাঘাটত ১০ৰ পৰা ২০নৱেম্বৰলৈ ঘৰে ঘৰে চলিব সমীক্ষা; ২২ৰ পৰা ৩০নৱেম্বৰলৈ ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান

বাতৰি অনুসৰি, যিখন গাড়ীত বোমা ৰখা হৈছিল সেই গাড়ীখনৰ মালিক ব্যৱসায়ী মনসুখ হিৰনক যোৱা ৫ মাৰ্চত মৃত অৱস্থাত পোৱা গৈছিল।

অভিযোগ দাখিল হোৱা শচীন ওৱাজক জেৰা কৰাৰ পাছত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (এন আই এ) য়ে গ্ৰেপ্তাৰ কৰিছিল।       

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd