• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Oscar Awards 2025 Winners: অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠ কোন? চাওক ৯৭ সংখ্যক একাডেমী বঁটাৰ সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 12:26 pm
499
VIEWS
Share on FacebookShare on Twitter

অস্কাৰ বিজয়ী সকলৰ নাম ঘোষণা কৰা হৈছে। ‘আনোৰা’ই সৰ্বাধিক বঁটা লাভ কৰে। যৌনকৰ্মীৰ জীৱনৰ ওপৰত আধাৰিত এই ছবিখন। এই ছবিখনে পাঁচটা শাখাত অস্কাৰ বঁটা লাভ কৰে। ‘দ্য ব্ৰুটালিষ্ট’য়ে তিনিটা শাখাত অস্কাৰ লাভ কৰে। আনহাতে ‘উইকেড’, ‘এমিলিয়া পেৰেজ’ আৰু ‘ডুন: পাৰ্ট টু’ক দুটাকৈ শিতানত অস্কাৰ বঁটা প্ৰদান কৰা হয়। ৯৭ সংখ্যক একাডেমী বঁটা কোনে কোনে লাভ কৰিছে? চাওক সম্পূৰ্ণ তালিকাখন।

*শ্ৰেষ্ঠ ছবি – আনোৰা

*শ্ৰেষ্ঠ অভিনেত্ৰী – মাইকে মেডিছন (আনোৰা)

*শ্ৰেষ্ঠ অভিনেতা – এড্ৰিয়েন ব্ৰডি (দ্য ব্ৰুটালিষ্ট)

*শ্ৰেষ্ঠ সম্পাদনা- আনোৰা

*শ্ৰেষ্ঠ পৰিচালক – শ্বেন বেকাৰ (আনোৰা)

*শ্ৰেষ্ঠ কষ্টিউম ডিজাইন – পল তাজৱেলl (এই শিতানত অস্কাৰ বিজয়ী প্ৰথমগৰাকী আফ্ৰিকান-আমেৰিকান)

*শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি – হুছেইন মোলায়েমি আৰু ছিৰিন ছোহানি (দ্য ছেডো অফ দ্য চাইপ্ৰেছ)

*শ্ৰেষ্ঠ এনিমেচন – লাটভিয়ান

*শ্ৰেষ্ঠ সহযোগী অভিনেতা – কিৰান কালকিন (এ ৰিয়েল পেইন)

*শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী – জো ছালদানা (এমিলিয়া পেৰেজ)

*শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী – ব্ৰুটালিষ্ট

*শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি – আই এম ষ্টিল হিয়াৰ (ব্ৰাজিল)

*শ্ৰেষ্ঠ ৰূপান্তৰিত চিত্ৰনাট্য – কনক্লেভ

*শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য – আনোৰা

*শ্ৰেষ্ঠ লাইভ একচন চুটি ছবি – আই এম নট এ ৰবট

*শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি – ইন দ্য ছেডো অফ দ্য ছাইপ্ৰাছ

*শ্ৰেষ্ঠ এনিমেটেড ছবি – ফ্লো

*শ্ৰেষ্ঠ কম দৈৰ্ঘ্যৰ তথ্যচিত্ৰ – দ্য ওনলি গাৰ্ল ইন দ্য অৰ্কেষ্ট্ৰা

*শ্ৰেষ্ঠ তথ্যচিত্ৰ – নো আদাৰ লেণ্ড

*শ্ৰেষ্ঠ মৌলিক গান – এই মেই (এমিলিয়া পেৰেজ)

*শ্ৰেষ্ঠ মৌলিক সংগীত – দ্য ব্ৰুটালিষ্ট

*শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰষ্টাইলিং – দ্য ছাবষ্টেঞ্চ

*শ্ৰেষ্ঠ পোশাক ডিজাইন – উইকেড

*শ্ৰেষ্ঠ ছাউণ্ড – ডুন ২

*শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন – উইকেড

*শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ – ডুন ২

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd