• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰি আটক হ’ল ছাত্ৰ-ছাত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2019 9:10 pm
Protest demanding Akhil Gogoi's release
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা ভালে সংখ্যক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে।

প্ৰতিবাদকাৰীসকলে অসম ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Apply Now

অসমত CAA-বিৰোধী আন্দোলনক নেতৃত্ব দিয়া গগৈক যোৱা ১৫ ডিচেম্বৰত আৰক্ষীয়ে যোৰহাটত গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত তেওঁ সংগঠনটোৰ হৈ উজনি অসমত এই বিতৰ্কিত আইনখন সম্বন্ধে সজাগতা সৃষ্টি আৰু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে কৰা আন্দোলনক নেতৃত্ব দিছিল।

তেওঁক বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আইন (য়ু এ পি এ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা ১৭ ডিচেম্বৰত তেওঁক ১০ দিনৰ বাবে নিয়া (NIA)ৰ জিম্মাত দিয়া হয় আৰু তেতিয়াৰ পৰা তেওঁক দিল্লীত নিয়াৰ জিম্মাত ৰখা হৈছে।

আজি প্ৰতিবাদী নেতাজনৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰীসকলে অসম ভৱন ঘেৰাও কাৰ্য্যসূচী লৈছিল। বেছি সংখ্যক প্ৰতিবাদকাৰীয়েই আছিল ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকক আটক কৰি মন্দিৰ মাৰ্গ আৰক্ষী থানালৈ লৈ যোৱা হয়।

প্ৰতিবাদকাৰীসকলৰ ভাষ্যমতে, আৰক্ষীয়ে তেওঁলোকক অঞ্চলটোত ১৪৪ ধাৰা প্ৰযোজ্য হৈ আছে বুলি অজুহাত দেখুৱাই তাৰ পৰা আঁতৰাই পঠাব খুজিছিল।

“আমি এছ এইচ্ছ অ’জনক (station house officer) ১৪৪ ধাৰা প্ৰযোজ্য হৈ থকাৰ প্ৰমাণ হিচাপে কাগজ দেখুৱাবলৈ ক’লো। কিন্তু ছাত্ৰ-ছাত্ৰীসকলক আটক কৰাহে হ’ল”, এজন প্ৰতিবাদকাৰীয়ে কয়।

আনহাতে মহিলা আৰক্ষী থকা সত্ত্বেও পুৰুষ আৰক্ষী জোৱানে তেওঁলোকক গঁতিয়া-গঁতি কৰাৰ অভিযোগ আনে এগৰাকী ছাত্ৰীয়ে।

আজি দিল্লীৰ য়ু পি ভৱনৰ সন্মুখতো আৰক্ষীয়ে CAA-বিৰোধী প্ৰতিবাদকাৰীক আটক কৰে। শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা সত্ত্বেও তেওঁলোকক আটক কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ।

শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰৰ বিৰুদ্ধে চৰকাৰৰ এই দমনক গৰিহণা দিছে প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে অসমতো বিশিষ্ট নাগৰিক সমাজ, আছুকে ধৰি সৰ্বত্ৰে গগৈৰ মুক্তিৰ দাবী কৰি প্ৰতিবাদ চলাই থকা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd