• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যেষ্ঠ বিজেপি নেতা, অৱসৰপ্ৰাপ্ত অধ্যাপক, সাংবাদিক শংকৰ দাসৰ মৃত্যু; বৰনগৰত শোকৰ ছাঁ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2021 7:21 am
Sankar Das
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা শংকৰ চন্দ্ৰ দাসৰ বুধবাৰে বিয়লি গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ ৷ নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ বৰনগৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

বৰনগৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰাক্তন সাংবাদিক তথা বৰপেটা জিলা বিজেপিৰ সভাপতি প্ৰয়াত দাসে যোৱা বিধান সভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৷

Apply Now

কেইদিনমান পূৰ্বে কোভিডত আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷

তেওঁৰ কোভিড ফলাফল নিগেটিভ আহিছিল যদিও শৰীৰত আন আনুষংগিক উপসৰ্গ দেখা দিয়াত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে ৷

১৯৪৭চনত সৰভোগৰ আহোমপথাৰ গাঁৱত জন্মগ্ৰহণ কৰা শংকৰ দাসে কিছুদিন বৰপেটাৰ বাউসী বানীকান্ত মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰাৰ পাছত ১৯৭১চনৰ পৰা বৰনগৰ মহাবিদ্যালয় শিক্ষা বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰি অৱসৰ গ্ৰহণ কৰিছিল।

প্ৰয়াত শংকৰ দাসে অধ্যাপনাৰ উপৰি সাংবাদিকতাও কৰিছিল। ‘হিন্দুস্তান সমাচাৰ’ নিউজ এজেন্সি, ‘নিউজ ষ্টাৰ’, ‘দ্য ছেন্টিনেল’ ‘আজিৰ অসম’ আদি কাকতত সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ ১৯৯০ চনৰ পৰা কেইবাবছৰো বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি আছিল।

১৯৯৬ চনত ভাৰতীয় জনতা পার্টিৰ প্রাথমিক সদস্য হিচাপে ৰাজনীতিত যোগদান কৰা শংকৰ দাসে ২০১৫ চনৰ ফ্রেব্রুৱাৰিৰ পৰা বৰপেটা জিলা বিজেপিৰ সভাপতিৰ দায়িত্বত আছিল।

বিজেপিৰ এগৰাকী সংগঠক হিচাপে ৰাজ্যখনৰ বিভিন্ন জিলাত দায়িত্ব সম্পাদন কৰা শংকৰ দাস ২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা অসম চৰকাৰৰ APDCL ৰ অধ্যক্ষ ৰূপে নিযুক্ত হৈছিল।

প্ৰয়াত শংকৰ দাসে ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত সৰভোগ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হয় যদিও চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হাতত পৰাজয়বৰণ কৰে ৷

বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি তথা কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাস, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰকে ধৰি  বিভিন্ন নেতা, দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷

মৃত্যুৰ সময়ত তেওঁ পত্নী প্ৰণতি দাস, পুত্ৰ ভাস্কৰজ্যোতি দাসৰ লগতে বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে ৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd