• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত ত্যাগৰ মূল্য নাই! বাঢ়ি থোৱা ভাত খাই নোদোকা হৈছে কোন ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 20, 2023 5:55 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্যাগৰ মূল্য নাই বিজেপিত! বাঢ়ি থোৱা ভাত খাই নোদোকা হ’ল কোন? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চৰম স্পৰ্ধা! ন-বিজেপি হৈয়ো জ্যেষ্ঠ বিজেপি নেতাক সকিয়নী দিয়াৰ চৰম স্পৰ্ধা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই! জ্যেষ্ঠ বিজেপি নেতাক ত্যাগৰ মূল্য দিব নোৱাৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

কিন্তু বিৰোধী নেতা বা কংগ্ৰেছী নেতাক কটু সমালোচনা কৰাৰ দৰেই বিজেপিৰ জ্যেষ্ঠ নেতাক ইমান তুচ্ছ-তাচ্ছিল্য কিয়? ৰাজেন গোহাঁই কংগ্ৰেছী নে বিৰোধী নেতা? নে ৰাজেন গোহাঁই বিজেপিৰ জ্যেষ্ঠ পুৰণি নেতা? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য বিজেপিৰ নীতি-আদৰ্শৰ পৰিপন্থী নহয় নে? জ্যেষ্ঠ জনক সন্মান কৰিব লাগে বুলি RSSৰ প্ৰশিক্ষণত নিশিকালে নেকি মন্ত্ৰী জয়ন্ত মল্লক! ২০১৫ চনত কংগ্ৰেছৰ পৰা ডলাৰ বগৰীৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত ধৰি আহি বিজেপিত যোগদান দিয়া নেতা জয়ন্ত মল্লৰ হুংকাৰ পুৰণি বিজেপি নেতাক। 

Apply Now

উল্লেখযোগ্যে যে, শুকুৰবাৰে পদত্যাগ পত্ৰ দাখিল কৰি আহিয়েই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰদৰ্শন কৰিছিল বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে। কিয়নো সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সাক্ষাত কৰি জনাইছিল যদিও সেয়া পাছত হৈ নুঠাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল। উল্লেখ্য যে এজন মুখ্যমন্ত্ৰী ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ মুখ্যমন্ত্ৰী মন্ত্ৰী জয়ন্ত মল্লই ভবাৰ দৰে কোনো দলৰ ব্যক্তিগত মুখ্যমন্ত্ৰী নহয়।  সেয়েহে কিবা কথাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ থাকিলে প্ৰকাশ কৰাৰ নৈতিক অধিকাৰ প্ৰতিগৰাকী নাগৰিকৰে আছে। কিন্তু সীমা চেৰাই গৈ চৰম উদ্ধতালিৰে জ্যেষ্ঠ বিজেপি নেতা তথা বিজেপিৰ ভেটি অসমত সূ-দৃঢ় কৰিবলৈ প্ৰয়াস কৰা বিজেপিৰ বৰ্তমানো নেতা হৈ থকা ৰাজেন গোহাঁইৰ কংগ্ৰেছৰে মিতিৰালি থকা বুলি কটাক্ষ কৰিবলৈও চৰম স্পৰ্ধা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 

ঘৰৰ ভিতৰৰ কাজিয়া বা কিবা কিবি খুট খাট এতিয়া কোনে বেছিকৈ পোহৰলৈ আনিলে? জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই নে  মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই? জ্যেষ্ঠ বিজেপি নেতাক কটাক্ষ কৰিবলৈকে নীতিপাঠ দিয়া হয় নেকি বিজেপিত? নে জ্যেষ্ঠক অসন্মান কৰাটো বিজেপিৰ আদৰ্শ নেকি? সেই প্ৰশ্নই স্বাভাৱিকতে উত্থাপিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আচৰণত। কথাৰ কথা এটাহে কওঁ… ঘৰ এখনৰ জ্যেষ্ঠ লোক এজনে যদি কেতিয়াবা গুৰুত্বহীনতাত ভুগি আক্ষেপ কৰে বা অভিমান কৰে তেওঁক তুচ্ছ তাচ্ছিল্য বা কটু কথাৰে সমালোচনা কৰি ঘৰখ ত্যাগ কৰাৰ বাবে বাধ্য কৰাতো সমিচীন নে তেওঁক বুজাই বঢ়াই মৰমেৰে আঁকোৱালি লোৱাটো সমিচীন? কিন্তু কি কৰিলে ২০১৫ চনত গেৰুৱা সাজ পিন্ধা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উত্তৰটো ৰাইজলৈ এৰিলো।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd