• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি মুকলি আকাশৰ তললৈ অহাৰ বাট মুকলি হ’ব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ

আজি অধিবক্তাই উচ্চ ন্যায়ালয়ত জনাব জামিন আবেদন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 11, 2020 6:54 am
Chaliha

Sringkhal Chaliha

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰেপ্তাৰ কৰাৰ পৰা ১৯ দিনৰ পাছত আজি মুকলি আকাশৰ তললৈ অহাৰ বাট মুকলি হ’ব বীৰ লাচিত সেনাৰ সাংগঠনিক সাধাৰণ সম্পাদক শৃংখল চলিহাৰ।

শনিবাৰে চলিহাৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰবাৰ জামিন বিচাৰি আবেদন জনাব।

Apply Now

“কাইলৈ আমি উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিম।কাইলৈ শৃংখল  মুকলি আকাশৰ তললৈ  আহিব পাৰিব বুলি আশা কৰিছো,’’ নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত শুকুৰবাৰে এইদৰে কয় শৃংখল চলিহাৰ হৈ ওকালতি কৰা অধিবক্তা উপমন্যু হাজৰিকাই।

“পানবজাৰ থানাৰ গোচৰৰ আটাইতকৈ আশ্বৰ্যজনক কথাটো হ’ল যে ১৬ ডিচেম্বৰৰ এখন এজাহাৰ য’ত শৃংখল চলিহাৰ নামেই উল্লেখ নাই সেই এজাহাৰৰ ভিত্তিত শৃংখলক গ্ৰেপ্তাৰ কৰিছে।এজাহাৰখনত শৃংখলৰ বিপৰীতে নাম আছিল কৃষক মুক্তিৰ কেইজনমান নেতাৰহে,” অধিবক্তা হাজৰিকাই লগতে কয়।

ইপিনে, নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত তেওঁ কয়  “বৃহস্পতিবাৰে হোৱা এক শুনানিৰ পাছত উচ্চ ন্যায়ালয়ে জামিনৰ নির্দেশ দিলে শৃংখলা চলিহাক। ইতিমধ্যেই চৰকাৰী পক্ষই যেতিয়া দেখিলে যে, শৃংখল জামিনত মুক্ত হবলৈ গৈ আছে তেওঁলোকে ষড়যন্ত্ৰমূলক  ভাৱে এটা দ্বিতীয় পুৰণা গোচৰত শৃংখলক গ্ৰেপ্তাৰ কৰি বৰপেটা কাৰাগাৰৰ পৰা পানবজাৰ আৰক্ষী থানালৈ লৈ আহি ন্যায়ালয়ত হাজিৰ কৰায়।’’

আজিৰ এই শুনানিত উপমান্যু হাজৰিকাই তীব্র প্ৰতিবাদ কৰা বুলি উল্লেখ কৰি তেওঁ কয়  “বিভিন্ন উচ্চতম ন্যায়ালয়ৰ ৰায়দান আদালতত দাখিল কৰাত কোৰ্ট সন্তুষ্ট হয় আৰু ন্যায়িক দণ্ডাধীশে শৃংখল চলিহাক নতুন গোচৰত গ্ৰেপ্তাৰ কৰা বিষয়টো নাকচ  কৰিলে।”

আনহাতে, এই গোচৰটো আৰক্ষীৰ অপৰাধ শাখাই দাখিল কৰা বুলি হাজৰিকাই উল্লেখ কৰি লগতে কয় “ন্যায়াধীশ গৰাকীয়ে নাকচ কৰি আদালতত মন্তব্য দিয়ে যে অপৰাধ শাখাই কোনো নতুন প্ৰমাণ আৰু তথ্য দাখিল কৰিব নোৱাৰিলে।”

শৃংখলা চলিহা উজনি অসমৰ CAAবিৰোধী আন্দোলনৰ এজন শীৰ্ষ নেতা  হিচাপে বিশেষ ভূমিকা লোৱাৰ বাবেই তেওঁ ভবিষ্যতে ৰাজনৈতিক ক্ষেত্ৰখনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি ভাবি চৰকাৰে তেওঁক বেআইনীভাৱে মুখ বন্ধৰ বাবে দীঘলীয়াকৈ কাৰাগাৰত বন্দী কৰাৰ ষড়যন্ত্ৰ কৰিছিল বুলিও অধিবক্তা হাজৰিকাই বিজ্ঞপ্তিত উল্লেখ।

তেওঁ আৰু কয় “আমি গম পোৱা মতে ষড়যন্ত্ৰৰ ৰচিতা চান্দা সম্ৰাট মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আৰু গুপ্তহত্যাৰ নায়ক অতিৰিক্ত সঞ্চালক প্ৰধান ভি.পি সিং।”

উল্লেখযোগ্য যে, CAA-বিৰোধী আন্দোলনৰ মাজতে কেইবাটাও অভিযোগত ২৩ ডিচেম্বৰত শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

২৪ ডিচেম্বৰত চি আই ডিয়ে তেওঁক ১৪ দিনৰ জিম্মাত বিচাৰিছিল যদিও দুদিনৰ বাবেহে জিম্মাত দিছিল। তাৰ পাছত ২৬ ডিচেম্বৰৰ দিনা চি আই ডিয়ে পাঁচদিনৰ জিম্মাত বিচৰাত পুনৰ দুদিনৰ বাবে জিম্মাত দিছিল।

শৃংখল চলিহাৰ বিৰুদ্ধে ধাৰা নং- 120B121/121A/122/123/147/148/150/153/153A/326/333/353-ৰ অধীনত চি আই ডিয়ে 30/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd